<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="1035560095760914532">যিকোনো সময়তে এক্সেছ কৰিবলৈ Chromeক একেবাৰে তলৰ অংশত ৰাখক</translation>
<translation id="1076643793026027628">Chromeএ স্বয়ংক্ৰিয়ভাৱে Youtubeৰ ইনক’গনিট’ লিংকসমূহ ইনক’গনিট’ত খোলে।</translation>
<translation id="1081114897601629648">তলত উল্লেখিত পাছৱৰ্ডসমূহ Google Password Managerলৈ আমদানি কৰা হোৱা নাছিল, কাৰণ সেইসমূহে প্ৰয়োজনীয়তা পূৰণ কৰা নাই।</translation>
<translation id="1086486568852410168">Google Lensৰে সন্ধান কৰক</translation>
<translation id="1088490543924960890">Google Password Managerৰ জৰিয়তে পাছকী ছেভ কৰা আৰম্ভ কৰক</translation>
<translation id="1143896152279775643">আপোনাৰ পাছৱৰ্ডটো <ph name="EMAIL" />ৰ Google পাছৱৰ্ড পৰিচালকত ছেভ কৰা হ’ব।</translation>
<translation id="1146503048444965320">Chromeত নতুন টেব খোলক</translation>
<translation id="1158134713295836892">Chromeত Gemini</translation>
<translation id="1166460004393506534">Chromeত ব্ৰাউজিঙৰ ডেটা মচক</translation>
<translation id="1179527450541388808">আপোনাৰ iPadৰ গৃহ স্ক্ৰীনৰ ড’কৰ পৰা অধিক দ্ৰুতভাৱে Chrome এক্সেছ কৰক।</translation>
<translation id="1180362651362502943">আপোনাৰ Google একাউণ্টত Chromeৰ ডেটা ব্যৱহাৰ কৰি থাকক।</translation>
<translation id="1200396280085622191">আপুনি যিকোনো সময়তে বাৰ্তা আৰু অন্য এপত থকা কোনো লিংকত টিপিলে সেইবোৰ খুলিবলৈ Chrome ব্যৱহাৰ কৰক।</translation>
<translation id="1229222343402087523">Chromeত ${searchPhrase}ৰ সন্ধান কৰক</translation>
<translation id="1237769345474105984">Chromeৰ পৰা</translation>
<translation id="124228879633599436">আপোনাৰ Chromeৰ ম্যাদ উকলিছে। সুৰক্ষিত হৈ থাকিবলৈ ইয়াক আপডে'ট কৰক।</translation>
<translation id="1258531953614971819">Chromeৰ কিটিপ: Chromeক আপোনাৰ গৃহ স্ক্ৰীনলৈ স্থানান্তৰ কৰক</translation>
<translation id="1333577334443425318">অন্য এপৰ পৰা লিংক প্ৰতিলিপি কৰাটো বন্ধ কৰিবলৈ Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক।</translation>
<translation id="1333745675627230582">Chrome Dino গে’মটো খেলক</translation>
<translation id="1343830902827845050">Chromeত ছাইন-ইন কৰক</translation>
<translation id="1352919863522755794">Google Password Managerএ আপোনাৰ পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰি চাওক।</translation>
<translation id="1394995526009609883">আপুনি Chromeৰ ছেটিঙত যিকোনো সময়তে আপোনাৰ বাছনিবোৰ আপডে’ট কৰিব পাৰে।</translation>
<translation id="1407843355326180937">আপোনাৰ আটাইবোৰ ডিভাইচত আপোনাৰ বুকমাৰ্ক আৰু অধিক পাবলৈ এই ছাইট আৰু Chromeত ছাইন ইন কৰক।</translation>
<translation id="1462727070346936664">Chromeৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ ছাইন ইন কৰক।</translation>
<translation id="1493827051843127077">আপোনাৰ আটাইবোৰ ডিভাইচত আপোনাৰ টেব, পাছৱৰ্ড আৰু পৰিশোধ বিষয়ক তথ্য ছিংক কৰিবলৈ Chromeক ডিফ’ল্ট হিচাপে ছেট কৰক</translation>
<translation id="1504372625950710826">Chromeএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰিলে। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰি চাওক।</translation>
<translation id="1516692594929310090">Chromeৰ টেব গ্ৰিড খোলে।</translation>
<translation id="1526327845902180576">অন হৈ থাকিলে:
<ph name="BEGIN_INDENT" />  • আপোনাৰ দৰে একেধৰণে Chrome ব্যৱহাৰ কৰা লোকসকলৰ বাবে ইয়াক উন্নত কৰাত সহায় কৰক।<ph name="END_INDENT" />

বিবেচনা কৰিবলগীয়া কথা:
<ph name="BEGIN_INDENT" />  • আপোনাৰ Chromeৰ ব্যৱহাৰৰ তথ্য Googleলৈ পঠিওৱা হয়, কিন্তু সেয়া আপোনাৰ সৈতে জড়িত কৰা নহয়।

  • যদি Chrome ক্ৰেশ্ব হয়, ক্ৰেশ্বটোৰ সবিশেষত কিছুমান ব্যক্তিগত তথ্য অন্তৰ্ভুক্ত হ’ব পাৰে।

  • যদি আপুনি আপোনাৰ ইতিহাস আপোনাৰ Google একাউণ্টৰ সৈতে ছিংক কৰে, মেট্ৰিক্সত আপুনি ভ্ৰমণ কৰা URLসমূহৰ বিষয়ে তথ্যও অন্তৰ্ভুক্ত কৰিব পাৰে।<ph name="END_INDENT" /></translation>
<translation id="1554731936187952550">আপোনাৰ ওচৰত ক্ষতিকাৰক ৱেবছাইটৰ বিৰুদ্ধে Chromeৰ আটাইতকৈ শক্তিশালী সুৰক্ষা ব্যৱস্থা আছে</translation>
<translation id="155816064895200734">Chromeক ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক</translation>
<translation id="1580570086594302477">এটা নতুন Chrome ইনক’গনিট’ টেব খোলে।</translation>
<translation id="1605168141396675642">প্ৰতিলিপি কৰাৰ অসুবিধাৰ পৰা হাত সাৰক। লিংকসমূহ পোনপটীয়াকৈ Chromeত লঞ্চ কৰক।</translation>
<translation id="1646463005043273333">Chromeক ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰিবলৈ Chromeৰ ছেটিং খোলে।</translation>
<translation id="1670609221633730681">Chromeৰ কিটিপ: আপোনাৰ ঠিকনাৰ বাৰৰ স্থান বাছনি কৰক</translation>
<translation id="1683863426423719967">Chromeৰ পৰা টেবৰ ৰিমাইণ্ডাৰ লাভ কৰিবলৈ, আপোনাৰ iOS ছেটিঙত জাননী অন কৰক।</translation>
<translation id="1759842336958782510">Chrome</translation>
<translation id="1784567647421309104">Chromeত আপোনাৰ পাছৱৰ্ডসমূহ ছেভ কৰক</translation>
<translation id="1790080846677398234">Chromeত আপোনাৰ বুকমাৰ্কত ইনপুট কৰা URL যোগ দিয়ে।</translation>
<translation id="1799920918471566157">Chromeৰ কিটিপ</translation>
<translation id="1830634592642484976">এই ঠিকনাটো বৰ্তমান Chromeত ছেভ কৰা হয়। এইটো সমগ্ৰ Google প্ৰ’ডাক্টসমূহত ব্যৱহাৰ কৰিবলৈ, ইয়াক আপোনাৰ Google একাউণ্ট <ph name="USER_EMAIL" />ত ছেভ কৰক।</translation>
<translation id="1891812034154776216">আপুনি Chromeৰ পৰা বাহিৰ ওলালে, খুলি থোৱা ইনক’গ্নিট’ টেবসমূহ লুকুৱাওক</translation>
<translation id="1894434821386148799">আপুনি ইয়াত Chromeৰ ছেটিং আৰু অধিক পাব পাৰে</translation>
<translation id="1917964099031477364">এই ডিভাইচত থকা Chrome আৰু অন্য Google এপ্‌সমূহৰ পৰা এই একাউণ্টটো আৰু যিকোনো ছেভ নকৰা ডেটা আঁতৰোৱা হ’ব।</translation>
<translation id="1919130412786645364">Chromeত ছাইন ইন কৰিব দিয়ক</translation>
<translation id="1965935827552890526">Chromeৰ খোলা থকা অন্য ৱিণ্ড’ত আপুনি কি কৰি আছিল সেয়া সমাপ্ত কৰক।</translation>
<translation id="1966638102563776885">Chromeৰ কিটিপ: আপোনাৰ পাছৱৰ্ডসমূহ যিকোনো এপত লাভ কৰক</translation>
<translation id="1973910962341002002">"<ph name="TEXT_OF_THE_SETTINGS_MENU_ITEM" />" ছেটিঙৰ পৰা, "Chrome" অনলৈ ট’গল কৰক</translation>
<translation id="1984705450038014246">আপোনাৰ Chrome ডেটা ছিংক কৰক</translation>
<translation id="1987779152850321833">Chromeৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ তলত পৰামৰ্শ দিয়া কাৰ্যসমূহ সম্পূৰ্ণ কৰক।</translation>
<translation id="2055826352861631739">ডিফ’ল্ট হিচাপে iPadৰ বাবে Chrome ব্যৱহাৰ কৰক</translation>
<translation id="2056123005618757196">সৰল, সুৰক্ষিত আৰু পূৰ্বতকৈ ক্ষিপ্ৰ Google Chromeৰ জৰিয়তে অধিক কাম কৰক।</translation>
<translation id="2120238739383482109">Chromeৰ বুকমাৰ্কসমূহ খোলে।</translation>
<translation id="2147651015520127414">Chromiumএ সত্যাপন কৰিছে যে <ph name="ISSUER" />এ এই ৱেবছাইটৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে।</translation>
<translation id="2199719347983604670">Chrome ছিংকৰ ডেটা</translation>
<translation id="2212318912894837281">এই পাছৱৰ্ডটো ছেভ কৰিবলৈ আৰু আপোনাৰ আটাইবোৰ ডিভাইচত Chromeৰ ডেটা পাবলৈ পাছফ্ৰে’জ দিয়ক</translation>
<translation id="2213327331203157297">Chromeত লকডাউন ম’ড অক্ষম কৰিবলৈ আপোনাৰ iPhoneত এইটো অফ কৰক।</translation>
<translation id="2242467532204595597">আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত থকা কোনো লিংকত টিপি যিকোনো সময়তে Chrome ব্যৱহাৰ কৰক।</translation>
<translation id="2270691132923135296">আপুনি আৰম্ভ কৰিবলৈ Chromeৰ সহায়ক প্ৰাথমিক কথাবোৰ জানক</translation>
<translation id="2311240109311056604">Chrome Dino গে’মটো খোলে।</translation>
<translation id="2339201583852607431">আপোনাৰ পাছৱৰ্ডটো আপোনাৰ Google একাউণ্ট (<ph name="EMAIL" />)ত ছেভ কৰা হ’ব।</translation>
<translation id="2342919707875585281">আপুনি অনুমতি দিয়া ছাইটসমূহৰ সৈতে Chromeএ আপোনাৰ অৱস্থান শ্বেয়াৰ কৰে।</translation>
<translation id="2347208864470321755">যেতিয়া এই সুবিধাটো অন কৰা থাকে তেতিয়া Chromeএ অন্য ভাষাত থকা পৃষ্ঠাবোৰ Google Translate ব্যৱহাৰ কৰি অনুবাদ কৰাৰ প্ৰস্তাব দিয়ে। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="2423077901494354337">আপুনি এতিয়া আপোনাৰ ডিভাইচত Chromeৰ পৰা পাৰ্যমানে উপকৃত হ’ব।</translation>
<translation id="2427791862912929107">আপোনাক Chromeত থকা সুবিধাসমূহে নিজৰ ইণ্টাৰনেট ডেটা আৰু কিমান ক্ষিপ্ৰতাৰে আপুনি ৱেবপৃষ্ঠাসমূহ ল’ড কৰিব পাৰে সেয়া পৰিচালনা কৰাত সহায় কৰিব।
<ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="2450221499140985490">বাৰ্তা আৰু নথিৰ পৰা লিংকসমূহ পোনপটীয়াকৈ Chromeত খোলক।</translation>
<translation id="2464852008153767546">{THRESHOLD,plural, =1{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। ইয়াত ইতিহাস আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধা অন্তৰ্ভুক্ত হ’ব পাৰে।}one{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। ইয়াত ইতিহাস আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধা অন্তৰ্ভুক্ত হ’ব পাৰে।}other{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। ইয়াত ইতিহাস আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধা অন্তৰ্ভুক্ত হ’ব পাৰে।}}</translation>
<translation id="2561231791489583059">বিপজ্জনক ছাইটৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ আৰু আপোনাৰ পাছৱৰ্ডসমূহ নিৰাপদে ৰাখিবলৈ Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ব্যৱহাৰ কৰক</translation>
<translation id="2574249610672786438">আপুনি Chrome ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ আপোনাৰ সকলো ডিভাইচত ছাইন ইন কৰক</translation>
<translation id="2576431527583832481">Chrome অধিক উৎকৃষ্ট হ'ল! এটা নতুন সংস্কৰণ আছে।</translation>
<translation id="257708665678654955">ইয়াৰ পাছত আপুনি Google Chromeএ এই ছাইটটোৰ পৰা <ph name="LANGUAGE_NAME" /> পৃষ্ঠা অনুবাদ কৰাৰ সুবিধাটো প্ৰদান কৰাটো বিচাৰেনে?</translation>
<translation id="2668242166988961773">Chromeত ভইচৰ দ্বাৰা সন্ধান কৰক।</translation>
<translation id="2703746758996815929">Chromeৰ সহায়ক কিটিপ পাবলৈ আপোনাৰ iOSৰ ছেটিঙত জাননী অন কৰক।</translation>
<translation id="2728851697704606655">Google Lensৰ জৰিয়তে অনুবাদ কৰক</translation>
<translation id="2736805085127235148">আপোনাৰ ডিভাইচৰ ছেটিঙত বৰ্তমান Chromeৰ জাননী অফ কৰা আছে।</translation>
<translation id="2767464022270041271">কোনো ছেভ কৰা পাছৱৰ্ড নাই। আপুনি নিজৰ পাছৱৰ্ডসমূহ ছেভ কৰিলে Google Password Managerএ সেইসমূহ পৰীক্ষা কৰিব পাৰে।</translation>
<translation id="2788811701191021538">Chromeত পৰিশোধ পদ্ধতিৰ ছেটিঙৰ পৃষ্ঠাখন খোলে।</translation>
<translation id="2876628302275096482"><ph name="BEGIN_LINK" />Chromeএ কেনেকৈ আপোনাৰ ডেটা ব্যক্তিগত কৰি ৰাখে<ph name="END_LINK" /> সেই বিষয়ে অধিক জানক</translation>
<translation id="288992067439702510">আপুনি Google Chromeৰ বুকমাৰ্কৰ সীমা <ph name="LIMIT" />ত উপনীত হৈছে, সেয়েহে আপোনাৰ কিছুমান বুকমাৰ্ক এতিয়াও আপোনাৰ Google একাউণ্টত ছেভ কৰা হোৱা নাই।

আপুনি কিছুমান বুকমাৰ্ক মচি নেপেলোৱালৈকে আপোনাৰ একাউণ্টত নতুন বুকমাৰ্ক ছেভ কৰিব নোৱাৰি। যদি আপুনি এতিয়াই ছাইন আউট কৰে, ছেভ নকৰা বুকমাৰ্কসমূহ মচি পেলোৱা হ’ব।</translation>
<translation id="2901621928549457170">আপুনি আপোনাৰ iPadত থাকিলে তাৎক্ষণিকভাৱে Chrome খোলক</translation>
<translation id="2922914028977213693">আপোনাৰ iPadত Chromeৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ ইয়াত টিপক।</translation>
<translation id="292371311537977079">Chromeৰ ছেটিং</translation>
<translation id="2923827943290349720">আপুনি Chrome বন্ধ কৰিলে ইনক’গনিট’ টেবসমূহ লক কৰক</translation>
<translation id="2940565985148833945">Chrome সম্পৰ্কীয় পৰামৰ্শ: Lensৰ জৰিয়তে সন্ধান কৰক</translation>
<translation id="2957447865124070833"><ph name="BEGIN_BOLD" />Chrome<ph name="END_BOLD" /> বাছনি কৰক</translation>
<translation id="2986402782150919988">Chromeত বুকমাৰ্ক যোগ দিয়ক</translation>
<translation id="3027236223714901838">আপোনাৰ পাছকীসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ, আপুনি প্ৰথমে এটা পুনৰুদ্ধাৰৰ পিন সৃষ্টি কৰিব লাগিব।

        পাছকীসমূহ Google Password Managerত ছেভ কৰা হয়, যিয়ে আপোনাক যিকোনো ডিভাইচত সেইসমূহ Chromeত ব্যৱহাৰ কৰিবলৈ দিয়ে।</translation>
<translation id="3030414234702425231">আপুনি যিহেতু <ph name="SIGNOUT_MANAGED_DOMAIN" />এ পৰিচালনা কৰা এটা একাউণ্টৰ পৰা ছাইন আউট কৰি আছে আপোনাৰ Chrome ডেটা এই ডিভাইচটোৰ পৰা মচা হ’ব। আপোনাৰ ডেটা নিজৰ Google একাউণ্টত থাকিব।</translation>
<translation id="3042447686908081308">Chromeলৈ আমদানি কৰক</translation>
<translation id="3051521853355903257">Chromeত পাছৱৰ্ড পৰিচালনা কৰক</translation>
<translation id="309672519329227863">অন্য এপত আপোনাৰ Chromeৰ পাছৱৰ্ড আৰু অধিক বস্তু এক্সেছ কৰক।</translation>
<translation id="3109170945534582468">Chromeৰ কাৰ্য</translation>
<translation id="3140589780564632473">Chromeত ভিজুৱেল সন্ধান কৰক</translation>
<translation id="314782365035065913">আপোনাৰ গৃহ স্ক্ৰীনৰ ড’কৰ পৰা অধিক দ্ৰুতভাৱে Chrome এক্সেছ কৰক</translation>
<translation id="3167189358072330585">আপোনাৰ একাউণ্টে Google Chromeত কাম নকৰে। ছাইন ইন কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ ড'মেইনৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক বা সচাৰচৰ ব্যৱহাৰ কৰা এটা Google Account ব্যৱহাৰ কৰক।</translation>
<translation id="322254490661677575">আপোনাৰ Google একাউণ্টত Chromeৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ আপোনাৰ পাছফ্ৰে’জ দিয়ক।</translation>
<translation id="3303503998967553377">iOSত Chromeৰ কাৰ্য ব্যৱহাৰ কৰক</translation>
<translation id="3348862487678490430">Chromeত পঢ়াৰ সূচীৰ বস্তু যোগ দিয়ক</translation>
<translation id="3350281376951945723">আপুনি Chromeক ডিফ’ল্ট হিচাপে ছেট কৰি লিংকসমূহ দ্ৰুততাৰে খোলক</translation>
<translation id="3357827134511189025">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাটোৰ বাবে Chrome ব্যৱহাৰ কৰি যিকোনো এপৰ পৰা আপোনাৰ ছেভ কৰি থোৱা পাছৱৰ্ড আৰু পাছকীসমূহৰ জৰিয়তে ছাইন ইন কৰক</translation>
<translation id="3360031466389132716">{THRESHOLD,plural, =1{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়}one{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়}other{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়}}</translation>
<translation id="3367797402528056312">Chrome ছেট আপ কৰা সম্পূৰ্ণ কৰক</translation>
<translation id="3371064404604898522">Chromeক ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক</translation>
<translation id="3399930248910934354">Chromeৰ ছেটিং খোলক</translation>
<translation id="3440830787838130530">Google Password Managerত আপোনাৰ পৰিয়ালৰ গোটৰ সৈতে সহজে আৰু সুৰক্ষিতভাৱে এটা পাছৱৰ্ডৰ প্ৰতিলিপি শ্বেয়াৰ কৰক</translation>
<translation id="3460369101684070455">আপোনাৰ অন্য এপ্‌সমূহত আপোনাৰ ছেভ কৰা পাছৱৰ্ডসমূহ সহজে পাবলৈ, স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাৰ বাবে Chrome বাছনি কৰক</translation>
<translation id="3472587960215700950">চিনাক্ত কৰা ঠিকনাসমূহৰ বাবে আপোনাক দিক্-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromeএ Google Maps ব্যৱহাৰ কৰে।</translation>
<translation id="3482807551645716768">আপোনাৰ iPadৰ গৃহ স্ক্ৰীনৰ ড’কৰ পৰা দ্ৰুততাৰে Chrome এক্সেছ কৰক।</translation>
<translation id="3491067552520121605">দেখুওৱা ছাইটসমূহৰ বাবে আপোনাৰ ইতিমধ্যে Google Password Managerত পাছৱৰ্ড বা পাছকী আছে। Google Password Managerত যি তথ্য আছে সেয়া অভাৰৰাইট কৰি, দেখুওৱা ছাইন-ইনৰ তথ্য ৰাখিবলৈ এটা একাউণ্ট বাছনি কৰক।</translation>
<translation id="3503014945441706099">Chromeৰ এই প্ৰ’ফাইলটোৰ বাবেও বৰ্ধিত সুৰক্ষিত ব্ৰাউজিঙৰ সুবিধা লাভ কৰক</translation>
<translation id="3522659714780527202">আপুনি Chrome ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ ছিংক অন কৰক</translation>
<translation id="364480321352456989">আপোনাৰ Chrome পুৰণি হৈছে।</translation>
<translation id="3646736009628185125">আপোনাৰ পৰিয়ালৰ সদস্যই এই মুহূৰ্তত পাছৱৰ্ড লাভ কৰিব নোৱাৰে। তেওঁলোকক Chrome আপডে’ট কৰিবলৈ আৰু তেওঁলোকৰ পাছৱৰ্ড ছিংক কৰিবলৈ কওক। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="3655656110921623717">ইয়াৰ অৰ্থ হৈছে Chromeএ প্ৰত্যেকবাৰ ম’বাইল ছাইটৰ অনুৰোধ কৰিব।</translation>
<translation id="3740397331642243698">অন্তৰ্ভুক্ত কৰা URLসমূহ Google Chromeৰ ইনক’গনিট’ত খোলে।</translation>
<translation id="3741995255368156336">Chromeৰ পঢ়াৰ সূচী খোলে।</translation>
<translation id="3827545470516145620">আপুনি এই ডিভাইচটোত মান্য সুৰক্ষা লাভ কৰি আছে</translation>
<translation id="384394811301901750">Google Chromeএ বর্তমান আপোনাৰ কেমেৰা ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="3863841106411295595">Chromeত আপোনাৰ পঢ়াৰ সূচীত ইনপুট কৰা URL যোগ দিয়ে।</translation>
<translation id="3878515067127964393">প্ৰতিলিপি কৰাটো এৰাই চলক। Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক।</translation>
<translation id="3901001113120561395">Chromeৰ পৰা পাৰ্যমানে উপকৃত হওক।</translation>
<translation id="3913386780052199712">Chromeত ছাইন ইন কৰা হ’ল</translation>
<translation id="3913747277937572860">Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক আৰু ৱেবৰ সমল স্বয়ংক্ৰিয়ভাৱে খোলক।</translation>
<translation id="3984746313391923992">আপোনাৰ প্ৰতিষ্ঠানৰ বাবে আপুনি Chromeৰ পৰা ছাইন আউট হৈ থকাৰ আৱশ্যক।</translation>
<translation id="3988789688219830639">আপোনাৰ ফট’ বা ভিডিঅ’সমূহত Google Chromeৰ এক্সেছ নাই৷ iOS ছেটিং &gt; গোপনীয়তা &gt; ফট’-ত এক্সেছ সক্ষম কৰক।</translation>
<translation id="4064699917955374540">আপোনাৰ Google একাউণ্টত Chromeৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ এয়া আপুনিয়েই বুলি সত্যাপন কৰক।</translation>
<translation id="411154422556990518">মূল্য ট্ৰেকিঙৰ আপডে’ট আৰু Chromeৰ কিটিপৰ সৈতে আগবাঢ়ক।</translation>
<translation id="417201473131094001">Chrome Canaryত সমৰ্থিত নহয়</translation>
<translation id="424864128008805179">Chromeৰ পৰা ছাইন আউট কৰিবনে?</translation>
<translation id="4314240881330431451">আপুনি যি দেখে সেয়া সন্ধান কৰিবলৈ আপুনি Chromeত Google Lens ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="4409545895715116037">তলত দিয়া পাছকীসমূহ Google Password Managerলৈ আমদানি কৰা হোৱা নাছিল, কাৰণ সেইসমূহে প্ৰয়োজনীয়তা পূৰণ কৰা নাই।</translation>
<translation id="4430797724889237570">Chromeত Gmail, Maps, YouTube আৰু অন্য এপ্‌সমূহৰ পৰা লিংকসমূহ খোলক</translation>
<translation id="447252321002412580">Chromeৰ সুবিধা আৰু প্ৰদৰ্শন উন্নত কৰাত সহায় কৰক</translation>
<translation id="4523886039239821078">কিছুমান এড-অনৰ কাৰণে Chrome ক্ৰেশ্ব হয়। অনুগ্ৰহ কৰি ইয়াক আনইনষ্টল কৰক:</translation>
<translation id="4568024439284012497">আপোনাৰ iPhoneৰ গৃহ স্ক্ৰীনৰ পৰা দ্ৰুততাৰে Chrome এক্সেছ কৰক।</translation>
<translation id="4574806550936185355">“আপুনি Chrome বন্ধ কৰিলে ইনক’গনিট’ টেব লক কৰক” সুবিধাটো অন কৰক</translation>
<translation id="4633328489441962921">Chromeএ আপডে’ট আছেনে নাই পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="4636900170638246267">এই ছাইটটো আৰু Chromeত ছাইন ইন কৰক।</translation>
<translation id="4647910807533196601">Chromeত মোৰ শেহতীয়া টেব খোলক।</translation>
<translation id="4693084815234024320">আপুনি Chromeৰ ইনক’গনিট’ত আছে</translation>
<translation id="4713740144985377441">আপোনাৰ ফাইল আপল’ড কৰিবলৈ Chromeলৈ উভতি যাওক</translation>
<translation id="4724297637870447613">সকলোতে Chrome ব্যৱহাৰ কৰক</translation>
<translation id="4738647308035481133">Google Chrome পৃষ্ঠা</translation>
<translation id="4742795653798179840">Chromeৰ ডেটা মচা হ’ল</translation>
<translation id="4761869838909035636">Chromeৰ সুৰক্ষা পৰীক্ষা চলাওক</translation>
<translation id="4798859546468762093">ব্যক্তিগতকৰণ আৰু অন্য সুবিধাসমূহ পাবলৈ, ৱেব আৰু <ph name="FEATURE_NAME_1" /> আৰু <ph name="FEATURE_NAME_2" />ত Chromeক অন্তৰ্ভুক্ত কৰক</translation>
<translation id="4819268619367838612">এপ্‌টো উন্নত কৰাত সহায় কৰিবলৈ, Chromeএ Googleলৈ ব্যৱহাৰ আৰু ক্ৰেশ্ব সম্পৰ্কীয় ডেটা পঠিয়ায়। <ph name="BEGIN_LINK" />পৰিচালনা কৰক<ph name="END_LINK" /></translation>
<translation id="4830799082179398588">Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ কৰিবনে?</translation>
<translation id="484033449593719797">Chrome বিটাত সমৰ্থিত নহয়</translation>
<translation id="4840404732697892756">আপুনি নিজৰ Google একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰিলে Google Password Managerএ আপোনাৰ পাছৱৰ্ডসমূহ পৰীক্ষা কৰিব পাৰে।</translation>
<translation id="4903674399067644695">এই কাৰ্ডখনে আপোনাক Chromeৰ পৰা কেনেকৈ পাৰ্যমানে উপকৃত হ’ব পাৰি তাৰ পৰামৰ্শ দেখুৱায়।</translation>
<translation id="49200511069271369">আপোনাৰ প্ৰতিষ্ঠান, <ph name="DOMAIN" />এ আপুনি ছাইন ইন কৰি থকা একাউণ্টটো আৰু Chrome কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেয়া পৰিচালনা কৰে। আপোনাৰ প্ৰশাসকে নিৰ্দিষ্ট কিছুমান সুবিধা ছেট আপ কৰিব অথবা প্ৰতিবন্ধিত কৰিব পাৰে।</translation>
<translation id="4925322001044117929">ডিফ’ল্ট হিচাপে iPadত Chrome ব্যৱহাৰ কৰক</translation>
<translation id="496747131578053942">Chromeৰ কিটিপ: Google Lensৰ জৰিয়তে আপুনি যি দেখে সেয়া সন্ধান কৰক</translation>
<translation id="498985224078955265">অন্য এটা ডিভাইচলৈ এই টেবটো পঠিয়াবলৈ, দুয়োটা ডিভাইচতে Chromeত ছাইন ইন কৰক।</translation>
<translation id="5030102366287574140">Chromeএ আপোনাক ডেটা উলংঘন, অসুৰক্ষিত ৱেবছাইট তথা আন বহুতৰ পৰা সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে।</translation>
<translation id="5109169629909011627">Chromeৰ বুকমাৰ্কসমূহ চাওক</translation>
<translation id="5112925986883715005">Chromeৰ পঢ়াৰ সূচী চাওক</translation>
<translation id="5116239826668864748">আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত থকা কোনো লিংকত টিপিলে যিকোনো সময়তে Chrome ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="5119391094379141756">Chrome বাছনি কৰক</translation>
<translation id="5123188916260706415">Chromeত ভইচৰ দ্বাৰা সন্ধান কৰক</translation>
<translation id="5162467219239570114">Chrome পুৰণি হৈছে। <ph name="BEGIN_LINK" />App Store<ph name="END_LINK" />ত কোনো আপডে’ট নাথাকিলে এয়া সম্ভৱ যে আপোনাৰ ডিভাইচটোৱে Chromeৰ নতুন সংস্কৰণসমূহ আৰু সমৰ্থন নকৰে।</translation>
<translation id="5172049865623113551">আপুনি আপোনাৰ iPhoneত থাকিলে তাৎক্ষণিকভাৱে Chrome খোলক</translation>
<translation id="5179095426828744632">আপোনাৰ ড’কৰ পৰা দ্ৰুততাৰে Chrome এক্সেছ কৰক</translation>
<translation id="5184329579814168207">Chromeত খোলক</translation>
<translation id="5190139289262548459">আপোনাৰ প্ৰতিষ্ঠানে, <ph name="DOMAIN" />, আপুনি ছাইন ইন কৰা একাউণ্টটো আৰু Chrome কেনেকৈ ব্যৱহাৰ কৰা হয় পৰিচালনা কৰে।</translation>
<translation id="5209238444239954363">Chromeএ আপডে’ট আছেনে নাই পৰীক্ষা কৰিব নোৱাৰিলে। পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="5305440589062022504">Chromeত Password Manager খোলে</translation>
<translation id="5310957470610282541">আপোনাৰ Chromeৰ কিছুমান ডেটা এতিয়াও আপোনাৰ Google একাউণ্টত ছেভ কৰা হোৱা নাই।
ছাইন আউট কৰাৰ আগতে কেইমিনিটমান অপেক্ষা কৰি চাওক। যদি আপুনি এতিয়াই ছাইন আউট কৰে, এই ডেটা মচি পেলোৱা হ’ব।</translation>
<translation id="5342685492141499976">আপোনাৰ পাছৱৰ্ডটো <ph name="USER_EMAIL" />ৰ Google Password Managerত ছেভ কৰা হ’ব</translation>
<translation id="5389212809648216794">অন্য কোনো এপ্লিকেশ্বনে আপোনাৰ কেমেৰা ব্যৱহাৰ কৰি থকাৰ বাবে Google Chromeএ সেয়া ব্যৱহাৰ কৰিব নোৱাৰে।</translation>
<translation id="5395376160638294582">আপোনাৰ Google একাউণ্টত আপুনি সদায়ে Chromeৰ ডেটা ব্যৱহাৰ কৰিব পৰাটো নিশ্চিত কৰক</translation>
<translation id="5404252374083197467">Chromeক ডিফ’ল্ট হিচাপে ছেট কৰিবনে?</translation>
<translation id="5439191312780166229">মানক সুৰক্ষাৰ তুলনাত ছাইটসমূহৰ পৰা অধিক ডেটা বিশ্লেষণ কৰি আনকি Googleৰ বাবেও পূৰ্বে অজ্ঞাত বিপজ্জনক ছাইটসমূহৰ বিষয়ে আপোনাক সতৰ্ক কৰি দিয়ে। আপুনি Chromeৰ সকীয়নি এৰি যোৱাটো বাছনি কৰিব পাৰে।</translation>
<translation id="5453077102022695084">Chromeক ডিফ’ল্ট হিচাপে কেনেকৈ ছেট কৰিব লাগে তাৰ পূৰ্ণ স্ক্ৰীনৰ ভিডিঅ’</translation>
<translation id="5460571915754665838">৪) Chrome বাছনি কৰক</translation>
<translation id="5492504007368565877">Google Password Managerএ আপোনাৰ পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰে।</translation>
<translation id="5525095647255982834">অন্য এটা ডিভাইচলৈ এই টেবটো পঠিয়াবলৈ, তাত Chromeত ছাইন ইন কৰক।</translation>
<translation id="5527026824954593399">“Chromeত Google Mapsৰ জৰিয়তে চাওক”ত টিপক।</translation>
<translation id="5552137475244467770">Chromeএ আপোনাৰ পাছৱৰ্ডসমূহ অনলাইনত প্ৰকাশ কৰা তালিকাসমূহৰ লগত সময়ে সময়ে তুলনা কৰে। এনে কৰোঁতে আপোনাৰ পাছৱৰ্ডসমূহ আৰু ব্যৱহাৰকাৰীৰ নামসমূহ এনক্ৰিপ্ট কৰা হয়, গতিকে সেইবোৰ Googleকে ধৰি অন্য কোনেও পঢ়িব নোৱাৰে।</translation>
<translation id="5554520618550346933">যেতিয়া আপুনি এটা পাছৱৰ্ড ব্যৱহাৰ কৰে, তেতিয়া সেইটো অনলাইনত প্ৰকাশ কৰা হৈছে নেকি সেই বিষয়ে Chromeএ আপোনাক সকীয়নি দিয়ে। এনে কৰোঁতে আপোনাৰ পাছৱৰ্ডসমূহ আৰু ব্যৱহাৰকাৰীৰ নামসমূহ এনক্ৰিপ্ট কৰা হয়, যাতে সেইবোৰ Googleকে ধৰি অন্য কোনেও পঢ়িব নোৱাৰে।</translation>
<translation id="5601180634394228718">আপোনাৰ Chromeৰ অভিজ্ঞতা উন্নত কৰিবলৈ আপোনাৰ ডেটা ব্যৱহাৰ কৰা অধিক ছেটিং পাবলৈ <ph name="BEGIN_LINK" />Google সেৱাসমূহ<ph name="END_LINK" />লৈ যাওক।</translation>
<translation id="5639704535586432836">ছেটিংসমূহ &gt; গোপনীয়তা &gt; কেমেৰা &gt; Google Chrome খোলক আৰু কেমেৰা অন কৰক।</translation>
<translation id="5642200033778930880">Google Chromeএ বিভাজিত ম’ডত আপোনাৰ কেমেৰা ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="5661521615548540542">Google Password Managerএ আটাইবোৰ পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="5681291952421236520">Chrome ট’গল কৰক</translation>
<translation id="5690398455483874150">{count,plural, =1{এতিয়া ১ খন Chromeৰ ৱিণ্ড দেখুৱাই থকা হৈছে}one{এতিয়া {count} খন Chromeৰ ৱিণ্ড দেখুৱাই থকা হৈছে}other{এতিয়া {count} খন Chromeৰ ৱিণ্ড দেখুৱাই থকা হৈছে}}</translation>
<translation id="5690427481109656848">Google LLC</translation>
<translation id="5709557627224531708">Chromeক আপোনাৰ ডিফ'ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক</translation>
<translation id="571296537125272375">অফলাইন হৈ থাকিলে Chromeএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="5716154293141027663">আপুনি অন্য এপত লিংকসমূহত টিপিলে যিকোনো সময়তে Chrome খোলক</translation>
<translation id="5752489513673657785">Googleএ আপোনাৰ বাবে প্ৰস্তুত কৰা এটা কাষ্টম ফীড</translation>
<translation id="5772407442571703917">ইয়াত Chrome ডাউনল’ড কৰক।</translation>
<translation id="5777468213129569553">Chrome খোলক</translation>
<translation id="5779767936254214055">আপুনি Chromeৰ পৰা বাহিৰ ওলালে বা অন্য কোনো এপ্‌ ব্যৱহাৰ কৰিলে আপোনাৰ ইনক’গনিট’ টেবসমূহ লক কৰক।</translation>
<translation id="5808435672482059465">আপোনাৰ Chromeৰ ইতিহাস চাওক</translation>
<translation id="5833027901704861726">আপোনাৰ Chromeৰ কিছুমান ডেটা এতিয়াও <ph name="EMAIL" />ত ছেভ কৰা হোৱা নাই।
একাউণ্ট সলনি কৰাৰ আগতে কেইমিনিটমান অপেক্ষা কৰি চাওক। যদি আপুনি এতিয়াই একাউণ্ট সলনি কৰে, এই ডেটা মচি পেলোৱা হ’ব।</translation>
<translation id="5853754888722423892">Google Password Managerলৈ আমদানি কৰক</translation>
<translation id="5998675059699164418">Chrome ব্যৱহাৰ কৰিবলৈ আপোনাৰ প্ৰতিষ্ঠানৰ বাবে আপুনি ছাইন ইন কৰাৰ আৱশ্যক।</translation>
<translation id="6021312115739110405">Googleএ আপোনাৰ বাবে প্ৰস্তুত কৰা এটা কাষ্টম ফীড। য’ত বাতৰি, ক্ৰীড়া আৰু বতৰৰ তথ্য অন্তৰ্ভুক্ত।</translation>
<translation id="6022659036123304283">আপোনাৰ ডিভাইচত Chromeৰ ছেট আপ কৰক</translation>
<translation id="6132075343662013154">Chromeএ আপোনাৰ পাছৱৰ্ড ছেভ কৰিবলৈ সেৱা আগবঢ়াব</translation>
<translation id="6132149203299792222">আপোনাৰ পাছৱৰ্ড আৰু আন বহুতো বস্তু ছিংক কৰিবলৈ আপোনাৰ Google একাউণ্টৰ জৰিয়তে ছাইন ইন কৰক।</translation>
<translation id="6145223986912084844">chrome</translation>
<translation id="6177442314419606057">Chromeত সন্ধান কৰক</translation>
<translation id="6181652351336379338">Chromeত ভিজুৱেল সন্ধান কৰক।</translation>
<translation id="6187085551300363958">Chromeৰ কিটিপ: পাছৱৰ্ড ছেভ কৰক</translation>
<translation id="6200694931081795166">Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ কৰিবলৈ:
  ১) ছেটিং খোলক
  ২) ডিফ’ল্ট ব্ৰাউজাৰ এপত টিপক
  ৩) Chrome বাছনি কৰক</translation>
<translation id="6238746320622508509">Chromeক আপোনাৰ ইনক’গনিট’ টেবসমূহ লক কৰিবলৈ দিয়ক।</translation>
<translation id="6247557882553405851">Google পাছৱৰ্ড পৰিচালক</translation>
<translation id="6272822675004864999">Chromeৰ পৰা জাননী পাবলৈ, আপোনাৰ iOS ছেটিঙত জাননী অন কৰক।</translation>
<translation id="6299253454218177732">Chromeৰ কিটিপ: আপোনাৰ পাছৱৰ্ডসমূহ পাওক</translation>
<translation id="630693926528731525">আপোনাৰ পাছৱৰ্ড শ্বেয়াৰ কৰা হোৱা নাই। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰক আৰু আপুনি Chromeত ছাইন ইন হৈ থকাটো নিশ্চিত কৰক। তাৰ পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="6348855835728304880">এই ডিভাইচটোত অন্য এপ্‌সমূহত আপোনাৰ Chrome পাছৱৰ্ডসমূহ আৰু অধিক এক্সেছ কৰক।</translation>
<translation id="6373751563207403289">সুৰক্ষা পৰীক্ষাই আপোনাক ডেটা উলংঘন, অসুৰক্ষিত ৱেবছাইট তথা আন বহুতৰ পৰা সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে। Chromeএ আপোনাৰ বাবে চিনাক্ত কৰা যিকোনো গোপনীয়তা বা সুৰক্ষা সম্পৰ্কীয় সমস্যাৰ ওপৰত সতৰ্কবার্তা পাওক।</translation>
<translation id="6389317667633680932">নতুন সুবিধাসমূহ অন্বেষণ কৰক যিবোৰে আপোনাক Chromeৰ পৰা পাৰ্যমানে উপকৃত হোৱাত সহায় কৰে।</translation>
<translation id="6412673304250309937">Chromeত ষ্ট'ৰ কৰি ৰখা অসুৰক্ষিত ছাইটসমূহৰ এখন সূচীৰ সৈতে URLসমূহ পৰীক্ষা কৰে। যদি কোনোবা ছাইটে আপোনাৰ পাছৱর্ড চুৰি কৰিবলৈ চেষ্টা কৰে অথবা আপুনি কোনো ক্ষতিকাৰক ফাইল ডাউনল'ড কৰাৰ সময়ত Chromeএ পৃষ্ঠাৰ সমলৰ বিটসমূহকে ধৰি URLসমূহ সুৰক্ষিত ব্ৰাউজিঙলৈ পঠিয়াব পাৰে।</translation>
<translation id="6427126399757991875">আপোনাৰ প্ৰতিষ্ঠানে Chrome ছেট আপ কৰি আছে...</translation>
<translation id="6481963882741794338">ব্যক্তিগতকৰণ কৰিবলৈ আৰু অন্য উদ্দেশ্যে Chrome আৰু অন্য Google সেৱাসমূহ লিংক কৰক</translation>
<translation id="6484712497741564393"><ph name="EMAIL" /> হিচাপে ছাইন ইন কৰিছে।

আপোনাৰ ডেটা নিজৰ পাছফ্ৰে’জৰ জৰিয়তে এনক্ৰিপ্ট কৰা হৈছে। আপোনাৰ Google একাউণ্টত Chromeৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ এইটো দিয়ক।</translation>
<translation id="6511034852811155835">আপোনাৰ Chrome আপোনাৰ লগত লৈ যাওক</translation>
<translation id="6533470733797826516">Chromeৰ স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাটোৰ জৰিয়তে অধিক ক্ষিপ্ৰতাৰে ছাইন ইন কৰক</translation>
<translation id="6536544321553662809">লিংকসমূহ সহজে শ্বেয়াৰ কৰিবলৈ আৰু খুলিবলৈ Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক</translation>
<translation id="6545449117344801102">আপোনাক দিক্-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromeএ ঠিকনাসমূহ চিনাক্ত কৰে আৰু Google Maps ব্যৱহাৰ কৰে।</translation>
<translation id="660537754475262202">ইয়াত লিংকসমূহ তাৎক্ষণিকভাৱে লঞ্চ কৰিবলৈ Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক।</translation>
<translation id="6611692150236062461">অন্য এপত আপোনাৰ ছেভ হৈ থকা পাছৱৰ্ডসমূহ সহজে পাবলৈ, স্বয়ংক্ৰিয়ভাৱে পূৰ কৰাৰ বাবে Chrome বাছনি কৰক।</translation>
<translation id="6636941099779251629">Chrome ব্যৱহাৰ কৰিবলৈ আপোনাৰ প্ৰতিষ্ঠানে আপুনি ছাইন ইন কৰাটো বাধ্যতামূলক কৰিছে। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="6646696210740573446">আপোনাৰ IP ঠিকনা লুকুৱাই ৰখা এটা গোপনীয়তা সম্পৰ্কীয় ছাৰ্ভাৰৰ জৰিয়তে Googleলৈ সেই URLটোৰ এটা অস্পষ্ট অংশ পঠিওৱা হয়। যদি কোনোবা ছাইটে আপোনাৰ পাছৱৰ্ড চুৰি কৰিবলৈ চেষ্টা কৰে অথবা আপুনি কোনো ক্ষতিকাৰক ফাইল ডাউনল’ড কৰাৰ সময়ত Chromeএ পৃষ্ঠাৰ কিছুমান সমলকে ধৰি URLসমূহ Googleলৈ পঠিয়াব পাৰে।</translation>
<translation id="6647304104688527905">Chromeত এটা নতুন টেব খোলে।</translation>
<translation id="6684809838922667136">Chromeক উন্নত কৰক</translation>
<translation id="6695698548122852044">{THRESHOLD,plural, =1{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। আপুনি ছাইন ইন হৈ থকাৰ সময়ত কেৱল এই ডিভাইচটোত ছেভ কৰা ডেটা মচি পেলোৱা হ’ব। ইয়াত ইতিহাস আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত হ’ব পাৰে।}one{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। আপুনি ছাইন ইন হৈ থকাৰ সময়ত কেৱল এই ডিভাইচটোত ছেভ কৰা ডেটা মচি পেলোৱা হ’ব। ইয়াত ইতিহাস আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত হ’ব পাৰে।}other{Chrome {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। আপুনি ছাইন ইন হৈ থকাৰ সময়ত কেৱল এই ডিভাইচটোত ছেভ কৰা ডেটা মচি পেলোৱা হ’ব। ইয়াত ইতিহাস আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত হ’ব পাৰে।}}</translation>
<translation id="6709398533399187136">কোনো ডেটা উলংঘনৰ ফলত আপোনাৰ পাছৱৰ্ডটো ফাদিল হৈছে। Google পাছৱৰ্ড পৰিচালকে এইটো এতিয়াই সলনি কৰিবলৈ চুপাৰিছ কৰে।</translation>
<translation id="6820553595690137150">পাছফ্ৰে’জ এনক্ৰিপশ্বনত পৰিশোধ পদ্ধতি আৰু ঠিকনা অন্তৰ্ভুক্ত নহয়।

এই ছেটিংটো সলনি কৰিবলৈ, <ph name="BEGIN_LINK" />আপোনাৰ একাউণ্টত থকা Chromeৰ ডেটা মচক<ph name="END_LINK" />।</translation>
<translation id="6838525730752203626">ডিফ’ল্ট হিচাপে Chrome ব্যৱহাৰ কৰক</translation>
<translation id="6864705365700484754">আপোনাৰ iPhoneত Chromeৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ ইয়াত টিপক।</translation>
<translation id="686691656039982452">আপুনি আপোনাৰ Google একাউণ্টত <ph name="BEGIN_LINK" />Chromeৰ কি ডেটা ছেভ কৰা হয় সেয়া পৰিচালনা কৰিব<ph name="END_LINK" /> পাৰে।

আপোনাৰ Chromeৰ অভিজ্ঞতা উন্নত কৰিবলৈ আপোনাৰ ডেটা ব্যৱহাৰ কৰা অধিক ছেটিং পাবলৈ <ph name="BEGIN_LINK" />Google সেৱাসমূহ<ph name="END_LINK" />লৈ যাওক।</translation>
<translation id="6922332667202044570">Chromeত ব্ৰাউজিঙৰ ডেটা মচক।</translation>
<translation id="6924922227983877439">ডিফ’ল্ট হিচাপে Chromeত লিংকসমূহ খোলক</translation>
<translation id="6975725306479268850">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাটোৰ বাবে Chrome বাছনি কৰক</translation>
<translation id="7001031184470316752">আপোনাৰ ড’কলৈ Chrome স্থানান্তৰ কৰক</translation>
<translation id="7038674195294813388">iOSত ডিফ’ল্ট এপৰ ছেটিং খোলক আৰু তাৰ পাছত "ব্ৰাউজাৰৰ এপ"ত টিপক আৰু Chrome বাছনি কৰক।</translation>
<translation id="7056826488869329999">Chromeত সুৰক্ষা পৰীক্ষা খোলে আৰু চলায়।</translation>
<translation id="7061455974939528301">Chromeৰ চিহ্নটো টিপি হেঁচি ৰাখক আৰু "গৃহ স্ক্ৰীন সম্পাদনা কৰক"ত ক্লিক কৰক</translation>
<translation id="7095110968493193530"><ph name="EMAIL" />ৰ বাবে Google Password Managerত</translation>
<translation id="7124339256045485976">Chrome আপ টু ডে’ট কৰি ৰাখক</translation>
<translation id="7145599899567697473">Chromeত পাছৱৰ্ডসমূহ ছেভ আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ কৰক</translation>
<translation id="7161390184744336561">Google Chrome পুৰণি হৈছে</translation>
<translation id="7165736900384873061">Google Chrome QR স্কেনাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক</translation>
<translation id="7175129790242719365">Chrome সম্পৰ্কীয় কিটিপ: Chromeত ছাইন ইন কৰক</translation>
<translation id="7187993566681480880">আপোনাক Chromeত সুৰক্ষিত কৰি ৰাখে আৰু আপুনি ছাইন ইন হৈ থকা অৱস্থাত Googleৰ অন্য এপ্‌সমূহত আপোনাৰ সুৰক্ষা উন্নত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব পাৰে।</translation>
<translation id="7200524487407690471">Chromeএ আপোনাক ডেটা উলংঘন, অসুৰক্ষিত ৱেবছাইট আৰু অধিকৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিদিনে স্বয়ংক্ৰিয়ভাৱে সুৰক্ষা পৰীক্ষাটো চলায়। আপুনি ছেটিঙত সুৰক্ষা পৰীক্ষাৰ বিষয়ে অধিক তথ্য পাব পাৰে।</translation>
<translation id="7214019116829172458">Chromeৰ ইনক’গনিট’ টেব খোলক</translation>
<translation id="722167379782941918">Chromeএ বৰ্ধিত সুৰক্ষা চুপাৰিছ কৰে</translation>
<translation id="723787869754590019">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাৰ বাবে Chrome ব্যৱহাৰ কৰক</translation>
<translation id="7261678641327190792">Chromeএ আপোনাৰ পাছৱর্ডসমূহ পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="7272091023280308138">প্ৰথমে URLসমূহ প্ৰতিলিপি নকৰাকৈয়ে পৰৱৰ্তী সময়ত লিংকসমূহ পোনপটীয়াকৈ Chromeত খোলক।</translation>
<translation id="7272930098487145294">প্ৰতিচ্ছবিসমূহ ছেভ কৰিবলৈ Chromeক আপোনাৰ ফট’সমূহত যোগ দিয়াৰ অনুমতি দিবলৈ ছেটিংসমূহত টিপক</translation>
<translation id="7275945473750112644">আপোনাৰ একাউণ্টটো <ph name="HOSTED_DOMAIN" />এ পৰিচালনা কৰে, গতিকে আপোনাৰ Chromeৰ ডেটাখিনি এই ডিভাইচটোৰ পৰা মচা হ’ব</translation>
<translation id="7284245284340063465">আপুনি যদি নিজৰ পাছফ্ৰে’জটো পাহৰিছে অথবা এই ছেটিংটো সলাব বিচাৰে, <ph name="BEGIN_LINK" />আপোনাৰ একাউণ্টৰ Chromeৰ ডেটা মচক<ph name="END_LINK" />।</translation>
<translation id="7296102444587051536">iOSৰ বাবে Chrome</translation>
<translation id="7299681342915173313">এতিয়া আপুনি যিকোনো সময়তে ইমেইল, নথি আৰু অন্য এপত থকা লিংকসমূহত টিপিলে Chrome ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="7334364820047587268">আপোনাৰ Google Password Managerত এই একাউণ্টসমূহৰ বাবে ইতিমধ্যে পাছৱৰ্ড আছে। যদি আপুনি তলৰ পাছৱৰ্ডসমূহৰ এটা আমদানি কৰাটো বাছনি কৰে, তেন্তে ই ইতিমধ্যে থকাটো সলনি কৰিব।</translation>
<translation id="7344094882820374540">বিপজ্জনক ছাইটৰ পৰা Chromeৰ আটাইতকৈ বৰ্ধিত সুৰক্ষাৰ সুবিধা লাভ কৰক</translation>
<translation id="7349129508108954623">চিনাক্ত কৰা ঠিকনাটোৰ বাবে আপোনাক দিক্-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromeক Google Maps ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ক।</translation>
<translation id="7371674917547846460">Chromeৰ সহায়ক কিটিপ আৰু অধিকৰ সৈতে আগবাঢ়ক।</translation>
<translation id="7394108421562933108">Chromeত Maps</translation>
<translation id="7400722733683201933">Google Chromeৰ বিষয়ে</translation>
<translation id="7444830584401232881">এই পাছকীটো <ph name="USER_EMAIL" />ৰ বাবে Google Password Managerত ছেভ কৰা হ’ব</translation>
<translation id="7466693328838535498">সন্ধান ৱিজেট বাকচটোত Chrome বুলি লিখক</translation>
<translation id="7477056987201678345">Chromeৰ ডেটা মচি থকা হৈছে…</translation>
<translation id="7492574581995589075">আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ Google একাউণ্টত Chrome ডেটা ব্যৱহাৰ আৰু ছেভ কৰাৰ ক্ষমতা বন্ধ কৰিছে। নতুন বুকমাৰ্ক, পাছৱৰ্ড আৰু অধিক কেৱল এই ডিভাইচত ছেভ কৰা হ'ব।</translation>
<translation id="752120807649195785">লিংকসমূহ প্ৰতিলিপি কৰাৰ পৰিৱৰ্তে সেইসমূহৰ এটাত টিপিয়েই খুলিবলৈ Chromeক ডিফ’ল্ট হিচাপে ছেট কৰক।</translation>
<translation id="7540272326042438331">Chrome শ্বেয়াৰ কৰক</translation>
<translation id="7575971113404272499">Chrome ব্যৱহাৰ সম্পৰ্কীয় কিটিপ: ডিফ’ল্ট হিচাপে Chrome ব্যৱহাৰ কৰক</translation>
<translation id="7581063337314642333">Chromeত টেব গ্ৰিডলৈ যাওক</translation>
<translation id="7599894504325210080">Chromeৰ স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাৰ বিস্তৃত ভিউ</translation>
<translation id="7617512710641355143">Chrome পৰিচালনা কৰা হৈ আছে</translation>
<translation id="7626032353295482388">Chromeলৈ স্বাগতম</translation>
<translation id="7634397654061173327">Chromeত শিশুৰ সুৰক্ষাৰ সুবিধাসমূহ পাবলৈ, আপুনি হয় শিশুৰ বাবে ছেট আপ কৰা এটা Google একাউণ্ট ব্যৱহাৰ কৰিব পাৰে বা একাউণ্ট অবিহনে Chrome ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="7641448682796883218">Chromeৰ কিটিপ: বৰ্ধিত সুৰক্ষিত ব্ৰাউজিং</translation>
<translation id="7642373780953416937">Chromeএ স্বয়ংক্ৰিয়ভাৱে আপোনাৰ বাবে চিনাক্ত কৰা যিকোনো গোপনীয়তা বা সুৰক্ষা সম্পৰ্কীয় সমস্যাৰ ওপৰত সতৰ্কবার্তা পাওক।</translation>
<translation id="7660356333829433649">Chromeৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ অধিক উপযোগী পৰামৰ্শসমূহ পাবলৈ ইয়াত পুনৰ চাওক।</translation>
<translation id="7662994914830945754">আপুনি Chrome ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ ছাইন ইন কৰক আৰু ছিংক অন কৰক</translation>
<translation id="7693590760643069321">এতিয়া আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত থকা কোনো লিংকত টিপিলে যিকোনো সময়তে Chrome ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="7698568245838009292">Chromeএ কেমেৰাটো এক্সেছ কৰিবলৈ বিচাৰে</translation>
<translation id="7707877166818730835">Chromeত মোৰ শেহতীয়া টেব খোলক</translation>
<translation id="7747746207470479571">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাৰ বাবে Chromeৰ জৰিয়তে আপোনাৰ পাছৱৰ্ড আৰু পাছকীসমূহ সহজে এক্সেছ কৰক</translation>
<translation id="776305366874821582">আপোনাৰ iPhoneৰ গৃহ স্ক্ৰীনৰ ড’কৰ পৰা অধিক দ্ৰুতভাৱে Chrome এক্সেছ কৰক।</translation>
<translation id="7780154209050837198">Chrome পাৰ্যমানে ব্যৱহাৰ কৰিবলৈ আপোনাৰ Google একাউণ্টটোৰ জৰিয়তে Chromeত ছাইন ইন কৰক।</translation>
<translation id="7787205077729386167">iOSত Chromeৰ ছেটিং খোলক আৰু তাৰ পাছত "ডিফ’ল্ট ব্ৰাউজাৰ এপ"ত টিপক আৰু Chrome বাছনি কৰক।</translation>
<translation id="778855399387580014">Chromeৰ নতুন টেবত সন্ধান আৰম্ভ কৰক।</translation>
<translation id="7792140019572081272">Chromeএ মুখাৱয়ব আইডিৰ জৰিয়তে আপোনাৰ সংবেদনশীল ডেটা সুৰক্ষিত কৰি ৰাখে।</translation>
<translation id="7855730255114109580">Google Chrome একেবাৰে শেহতীয়া অৱস্থাত আছে</translation>
<translation id="787226752901403048">টেবৰ গোটসমূহত শ্বেয়াৰ কৰিবলৈ আৰু যোগদান কৰিবলৈ Chromeত ছাইন ইন কৰক আৰু ধাৰণাসমূহত একেলগে কাম কৰক</translation>
<translation id="7897703007638178753">Chromeৰ শেহতীয়া টেব চাওক</translation>
<translation id="7948283758957877064">Chromeত নতুন কি আছে</translation>
<translation id="8000174216052461231">Chrome সম্পৰ্কীয় পৰামৰ্শ: Chromiumৰ আটাইতকৈ শক্তিশালী সুৰক্ষা পাওক</translation>
<translation id="8006014511203279255">আপুনি যিকোনো সময়তে বাৰ্তা আৰু অন্য এপত থকা কোনো লিংকত টিপিলে সেইবোৰ খুলিবলৈ Chrome ব্যৱহাৰ কৰক।</translation>
<translation id="8014670471808569312">Chromeএ আপোনাৰ পাছৱৰ্ড ছেভ কৰিবলৈ সেৱা আগবঢ়াব।</translation>
<translation id="8018153653741938705">Google Chromeৰ জৰিয়তে সুৰক্ষিত হৈ থাকক</translation>
<translation id="8022947259858476807">লিংক খুলিবলৈ, ৱিজেটৰ পৰা সন্ধান কৰিবলৈ আৰু অন্য এপত পাছৱৰ্ড স্বয়ংক্ৰিয়ভাৱে পূৰ কৰিবলৈ ডিফ’ল্ট হিচাপে Chrome ব্যৱহাৰ কৰক</translation>
<translation id="804638182476029347">মূল্য কমাৰ সতৰ্কবাৰ্তা লাভ কৰিবলৈ Chromeৰ জাননীৰ অনুমতি দিয়ক</translation>
<translation id="8065292699993359127">Chromeৰ ইনক’গনিট’ত URLসমূহ খোলক</translation>
<translation id="8069507567842347179">এই পেকেজটো ইতিমধ্যে Chromeত ট্ৰেক কৰা হৈছে।</translation>
<translation id="8136856065410661948">Chrome আৰু Google Lensৰ পৰা আপোনাৰ Apple Calendarত অনুষ্ঠান সৃষ্টি কৰিবলৈ এইটো ব্যৱহাৰ কৰা হ’ব।</translation>
<translation id="8154120522323162874">আপোনাৰ ব্ৰাউজাৰটো ছেট আপ কৰি Chromeৰ পৰা পাৰ্যমানে উপকৃত হওক।</translation>
<translation id="8160472928944011082">Chrome আপডে’ট হ’ব নোৱাৰে</translation>
<translation id="8213550501565480896">Chromeক ডিফ’ল্ট হিচাপে ছেট কৰক</translation>
<translation id="8245080522851805544">আপুনি Chrome বন্ধ কৰিলে ডিভাইচত বিশ্বাসযোগ্যতাৰ প্ৰমাণীকৰণৰ জৰিয়তে আপোনাৰ ব্ৰাউজিং ব্যক্তিগত কৰি ৰাখক</translation>
<translation id="8248887045858762645">Chrome সম্পর্কীয় পৰামৰ্শ</translation>
<translation id="8265730590513812063">Chromeৰ মেনুখন খোলক</translation>
<translation id="8276803169904409881">অন্য এপ্‌সমূহৰ পৰা তাৎক্ষণিকভাৱে লিংকসমূহ খুলিবলৈ Chromeক ডিফ’ল্ট হিচাপে ছেট কৰক।</translation>
<translation id="8284376267694582021">শিশুৰ সুৰক্ষা সম্পৰ্কীয় সুবিধাসমূহ পাবলৈ, আপুনি হয় শিশুৰ বাবে ছেট আপ কৰা এটা Google একাউণ্ট ব্যৱহাৰ কৰিব পাৰে, নহয় একাউণ্ট অবিহনে Chrome ব্যৱহাৰ কৰিব পাৰে। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="8317674518145175158">পৰিশোধ পদ্ধতি আৰু ঠিকনা এনক্ৰিপ্ট কৰা নহ’ব। Chromeৰ পৰা ব্ৰাউজিঙৰ ইতিহাস ছিংক কৰা নহ’ব।

আপোনাৰ পাছফ্ৰে’জ থকা লোকেহে আপোনাৰ এনক্ৰিপ্ট কৰা ডেটা পঢ়িব পাৰে। পাছফ্ৰে’জটো Googleলৈ পঠিওৱা নহয় অথবা Googleএ সেয়া ষ্ট’ৰ নকৰে। আপুনি যদি নিজৰ পাছফ্ৰে’জটো পাহৰে অথবা এই ছেটিংটো সলাব বিচাৰে, <ph name="BEGIN_LINK" />আপোনাৰ একাউণ্টৰ Chromeৰ ডেটা মচক<ph name="END_LINK" />।</translation>
<translation id="8370517070665726704">স্বত্বাধিকাৰ <ph name="YEAR" /> Google LLC। সর্বস্বত্ব সংৰক্ষিত।</translation>
<translation id="8371138994040262994">Chromeত ছেটিং খোলে।</translation>
<translation id="8387459386171870978">Chrome ব্যৱহাৰ কৰাটো অব্যাহত ৰাখক</translation>
<translation id="8392023217086447677">Chrome ইনক’গনিট’ত খোলা হৈছে</translation>
<translation id="840168496893712993">কিছুমান এড-অনৰ কাৰণে Chrome ক্ৰেশ্ব হয়। অনুগ্ৰহ কৰি সেইবোৰ আনইনষ্টল কৰি চাওক।</translation>
<translation id="8413500425974960807">Chrome ব্যৱহাৰ সম্পৰ্কীয় কিটিপ: Chromeক ড’কলৈ স্থানান্তৰ কৰক</translation>
<translation id="8413795581997394485">বিপজ্জনক হিচাপে জনাজাত ছাইট, ডাউনল’ড আৰু এক্সটেনশ্বনসমূহৰ পৰা সুৰক্ষিত কৰে। আপুনি কোনো ছাইটলৈ গ’লে, Chromeএ আপোনাৰ IP ঠিকনা লুকুৱাই ৰখা এটা গোপনীয়তা সম্পৰ্কীয় ছাৰ্ভাৰৰ জৰিয়তে Googleলৈ সেই URLটোৰ এটা অস্পষ্ট অংশ পঠিয়ায়। যদি কোনো ছাইটে কোনো সন্দেহজনক কাৰ্য কৰে, তেন্তে সম্পূৰ্ণ URL আৰু পৃষ্ঠাৰ কিছুমান সমলো পঠিওৱা হয়।</translation>
<translation id="8447479329557998927">মেপৰ লিংকত আপোনাক দিক্‌-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromeএ Google Maps ব্যৱহাৰ কৰে</translation>
<translation id="84594714173170813">আপোনাৰ Google একাউণ্টত Chromeৰ ডেটা ব্যৱহাৰ কৰি থাকক</translation>
<translation id="8491300088149538575"><ph name="EMAIL" /> হিচাপে ছাইন ইন কৰিছে।

আপোনাৰ ডেটাখিনি আপোনাৰ পাছফ্ৰে’জৰ জৰিয়তে <ph name="TIME" />ত এনক্ৰিপ্ট কৰা হৈছে। আপোনাৰ Google একাউণ্টত Chromeৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ এইটো দিয়ক।</translation>
<translation id="8540666473246803645">Google Chrome</translation>
<translation id="8544583291890527417">Chromeএ আপোনাৰ বাবে চিনাক্ত কৰা যিকোনো গোপনীয়তা বা সুৰক্ষা সম্পৰ্কীয় সমস্যাৰ ওপৰত সতৰ্কবার্তা।</translation>
<translation id="855027533751209304">Chromeৰ কিটিপ: আপুনি যি দেখে সেয়া সন্ধান কৰক</translation>
<translation id="8558480467877843976">এতিয়া আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত থকা কোনো লিংক ব্ৰাউজ কৰিলে অথবা টিপিলে যিকোনো সময়তে Chrome ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="8603022514504485810">Google Password Managerএ আটাইবোৰ পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। কাইলৈ পুনৰ চেষ্টা কৰক অথবা <ph name="BEGIN_LINK" />আপোনাৰ Google একাউণ্টত পাছৱৰ্ডসমূহ পৰীক্ষা কৰক।<ph name="END_LINK" /></translation>
<translation id="8610372330814566250">আপোনাৰ Safari পাছৱৰ্ড, ইতিহাস, বুকমাৰ্ক আৰু ক্ৰেডিট কাৰ্ড Chromeত ব্যৱহাৰ কৰক</translation>
<translation id="8630122478628016441">“আপুনি Chrome বন্ধ কৰিলে ইনক’গনিট’ টেব লক কৰক” অন কৰক।</translation>
<translation id="8673726683583791503">Google Lensৰ জৰিয়তে কিনক</translation>
<translation id="8765470054473112089">যেতিয়া আপুনি ঠিকনাৰ বাৰ অথবা সন্ধান বাকচত টাইপ কৰে, তেতিয়া উন্নত পৰামৰ্শ লাভ কৰিবলৈ Chromeএ আপুনি যি টাইপ কৰে সেয়া আপোনাৰ ডিফ’ল্ট সন্ধান ইঞ্জিনলৈ পঠিয়ায়। এয়া ইনক’গনিট’ত অফ কৰা থাকে।</translation>
<translation id="8772179140489533211">Chromeত ছাইন ইন কৰিবলৈ প্ৰম্প্‌ট প্ৰদৰ্শন কৰে।</translation>
<translation id="8788269841521769222">আপুনি এই পাছৱৰ্ডটো মনত ৰখাৰ প্ৰয়োজন নাই। এইটো <ph name="EMAIL" />ৰ Google পাছৱৰ্ড পৰিচালকত ছেভ কৰা হ’ব</translation>
<translation id="8796490717897731471"><ph name="EMAIL" />। Chrome পৰিচালনা কৰি থকা হৈছে।</translation>
<translation id="880967149107462122">Chromeৰ ছেটিঙলৈ যাওক</translation>
<translation id="8840947648682778034">iPhone আৰু iPadৰ বাবে Chromeৰ থীম</translation>
<translation id="8842132678697187091">আপুনি ইয়াত Google Lens খুলিব পাৰে।</translation>
<translation id="8850736900032787670">আপোনাৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৃত সমল লাভ কৰিবলৈ, Chromeত ছাইন ইন কৰক।</translation>
<translation id="8855781063981781621">Chromeত লকডাউন ম’ড অক্ষম কৰিবলৈ আপোনাৰ iPadত এইটো অফ কৰক।</translation>
<translation id="8857676124663337448">Google Password Managerএ আটাইবোৰ পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। কাইলৈ পুনৰ চেষ্টা কৰক।</translation>
<translation id="8865415417596392024">আপোনাৰ একাউণ্টত থকা Chromeৰ ডেটা</translation>
<translation id="8874688701962049679">Chromeৰ পৰা পাৰ্যমানে উপকৃত হোৱাৰ কিটিপ।</translation>
<translation id="8897749957032330183">পাছৱৰ্ডসমূহ এই ডিভাইচটোত থকা Google Password Managerত ছেভ কৰা হয়</translation>
<translation id="898288749595466683">URLসমূহ প্ৰতিলিপি কৰা বন্ধ কৰক। পৃষ্ঠাসমূহ পোনপটীয়াকৈ ল’ড কৰিবলৈ Chromeক ডিফ’ল্ট হিচাপে ছেট কৰক।</translation>
<translation id="9004772704776174843">Chrome ছাইন আউট কৰা আছে</translation>
<translation id="9068336935206019333">Chromeৰ ইনক’গনিট’ ম’ডত খোলক</translation>
<translation id="9082304295862405388">আপুনি ইতিমধ্যে Chromeক দিয়া অনুমতিৰ আধাৰত Geminiএ আপোনাৰ সঠিক অৱস্থান ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="909127538042363610">Chromeৰ আটাইতকৈ শক্তিশালী সুৰক্ষা পাওক</translation>
<translation id="9113725809421872108">এই পাছৱৰ্ডটো ছেভ কৰিবলৈ আৰু আপোনাৰ আটাইবোৰ ডিভাইচত Chromeৰ ডেটা পাবলৈ এইগৰাকী আপুনি বুলি সত্যাপন কৰক</translation>
<translation id="9122931302567044771">ইয়াৰ অৰ্থ হৈছে Chromeএ প্ৰত্যেকবাৰ ডেস্কটপ ছাইটৰ অনুৰোধ কৰিব।</translation>
<translation id="9176561303811134420">Chromeত পৰিশোধ পদ্ধতি পৰিচালনা কৰক</translation>
<translation id="9181628561061032322">Chromeৰ শেহতীয়া টেব খোলে।</translation>
<translation id="924447568950697217">Chromeক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ কৰক</translation>
<translation id="948597495737267756">আপোনাৰ Chromeত চোৱা ৱেবপেজৰ ইতিহাস পৃষ্ঠা খোলে।</translation>
<translation id="954347330803595209">Chromeত আপোনাৰ পাছৱৰ্ড, ইতিহাস, বুকমাৰ্ক আৰু ক্ৰেডিট কাৰ্ডসমূহ ব্যৱহাৰ কৰিবলৈ আপোনাৰ ডেটা আমদানি কৰক</translation>
<translation id="97300214378190234">আপুনি যিকোনো সময়তে অন্য এপত থকা কোনো লিংকত টিপিলে সেইবোৰ খুলিবলৈ Chrome ব্যৱহাৰ কৰক।</translation>
<translation id="997929539742564806">Chromeৰ পৰা আপোনাৰ পাছৱৰ্ড আৰু পাছকীসমূহ স্বয়ংক্রিয়ভাৱে পূৰ কৰি এপ্‌ আৰু ছাইটসমূহত দ্ৰুততাৰে ছাইন ইন কৰক</translation>
<translation id="998677222109959694">Chromeৰ ছেটিং পৰিচালনা কৰক</translation>
</translationbundle>