<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="1000436330784933699">আপুনি ইয়াত Lens খুলিব পাৰে।</translation>
<translation id="1005291068154454184">Chromiumক ডিফ’ল্ট হিচাপে কেনেকৈ ছেট কৰিব লাগে তাৰ পূৰ্ণ স্ক্ৰীনৰ ভিডিঅ’</translation>
<translation id="1042296835509784301">Chromiumত Password Manager খোলে।</translation>
<translation id="1047130070405668746">Chromium বাছনি কৰক</translation>
<translation id="1091252999271033193">ইয়াৰ অৰ্থ হৈছে Chromiumএ প্ৰত্যেকবাৰ ম’বাইল ছাইটৰ অনুৰোধ কৰিব।</translation>
<translation id="1115463765356382667">Chromiumৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ তলত পৰামৰ্শ দিয়া কাৰ্যসমূহ সম্পূৰ্ণ কৰক।</translation>
<translation id="1185134272377778587">Chromiumৰ বিষয়ে</translation>
<translation id="119044033865561140">আপুনি আপোনাৰ iPadত থাকিলে তাৎক্ষণিকভাৱে Chromium খোলক</translation>
<translation id="1229234641991056119">আপোনাৰ Safari পাছৱৰ্ড, ইতিহাস, বুকমাৰ্ক আৰু ক্ৰেডিট কাৰ্ড Chromiumত ব্যৱহাৰ কৰক</translation>
<translation id="1257458525759135959">প্ৰতিচ্ছবিসমূহ ছেভ কৰিবলৈ Chromiumক আপোনাৰ ফট’সমূহত যোগ দিয়াৰ অনুমতি দিবলৈ ছেটিংসমূহত টিপক</translation>
<translation id="1260702988262336471">Chromiumৰ মেনুখন খোলক</translation>
<translation id="12739128458173458">অন্য এটা ডিভাইচলৈ এই টেবটো পঠিয়াবলৈ, দুয়োটা ডিভাইচতে Chromiumত ছাইন ইন কৰক।</translation>
<translation id="1279797561821266129">আপোনাৰ ড’কৰ পৰা দ্ৰুততাৰে Chromium এক্সেছ কৰক</translation>
<translation id="1361748954329991663">Chromium পুৰণি হৈছে। <ph name="BEGIN_LINK" />App Store<ph name="END_LINK" />ত কোনো আপডে’ট নাথাকিলে এয়া সম্ভৱ যে আপোনাৰ ডিভাইচটোৱে Chromiumৰ নতুন সংস্কৰণসমূহ আৰু সমৰ্থন নকৰে।</translation>
<translation id="1383876407941801731">সন্ধান কৰক</translation>
<translation id="1423007117030725713">Chromiumৰ নতুন টেবত সন্ধান আৰম্ভ কৰক।</translation>
<translation id="1431818719585918472">Chromiumক আপোনাৰ ইনক’গনিট’ টেবসমূহ লক কৰিবলৈ দিয়ক।</translation>
<translation id="1451665391191990528">আপুনি Chromiumৰ পৰা বাহিৰ ওলালে, খুলি থোৱা ইনক’গ্নিট’ টেবসমূহ লুকুৱাওক</translation>
<translation id="146407871188825689">ডিফ’ল্ট হিচাপে iPadত Chromium ব্যৱহাৰ কৰক</translation>
<translation id="1471084500615228555">Chromiumত ব্ৰাউজিঙৰ ডেটা মচক</translation>
<translation id="1472013873724362412">আপোনাৰ একউণ্টটো Chromiumত কাম নকৰে। ছাইন ইন কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ ড’মেইনৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক বা সচৰাচৰ ব্যৱহাৰ কৰা এটা Google Account ব্যৱহাৰ কৰক।</translation>
<translation id="148576268809812097">Chromiumত আপোনাৰ পাছৱৰ্ডসমূহ ছেভ কৰক</translation>
<translation id="1501302548410882220">সকলোতে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="1502360822835740515">Chromiumক আপোনাৰ ডি’ফল্ট ব্ৰাউজাৰ কৰক</translation>
<translation id="1503199973012840174">আপোনাৰ Chromiumৰ ম্যাদ উকলিছে। সুৰক্ষিত হৈ থাকিবলৈ ইয়াক আপডে'ট কৰক।</translation>
<translation id="1515748263297244785">ডিফ’ল্ট হিচাপে iPadৰ বাবে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="1530961174488670696">Chromiumএ আপডে’ট আছেনে নাই পৰীক্ষা কৰিব নোৱাৰিলে। পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="1531155317299575425">Chromiumত ছাইন ইন কৰিবলৈ প্ৰম্প্‌ট প্ৰদৰ্শন কৰে।</translation>
<translation id="1553657876656159572">আপোনাৰ বাবে প্ৰস্তুত কৰা এটা কাষ্টম ফীড। য’ত বাতৰি, ক্ৰীড়া আৰু বতৰৰ তথ্য অন্তৰ্ভুক্ত।</translation>
<translation id="1561849081734670621">Chromiumত লকডাউন ম’ড অক্ষম কৰিবলৈ আপোনাৰ iPhoneত এইটো অফ কৰক।</translation>
<translation id="1569258826720962327">iOSত Chromiumৰ কাৰ্যবিলাক ব্যৱহাৰ কৰক</translation>
<translation id="1573441572176948907">Chromiumক আপোনাৰ ড’কলৈ নিয়ক</translation>
<translation id="159029779861043703">Chromiumএ মুখাৱয়ব আইডিৰ জৰিয়তে আপোনাৰ সংবেদনশীল ডেটা সুৰক্ষিত কৰি ৰাখে।</translation>
<translation id="1591119736686995611">Chromiumৰ টেব গ্ৰিড খোলে।</translation>
<translation id="16001233025397167">সুৰক্ষা পৰীক্ষাই আপোনাক ডেটা উলংঘন, অসুৰক্ষিত ৱেবছাইট তথা আন বহুতৰ পৰা সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে। Chromiumএ আপোনাৰ বাবে চিনাক্ত কৰা যিকোনো গোপনীয়তা বা সুৰক্ষা সম্পৰ্কীয় সমস্যাৰ ওপৰত সতৰ্কবার্তা পাওক।</translation>
<translation id="1614362805233822594">দেখুওৱা ছাইটসমূহৰ বাবে আপোনাৰ ওচৰত ইতিমধ্যে Password Managerত পাছৱৰ্ড বা পাছকী আছে। Password Managerত যি তথ্য আছে সেয়া অভাৰৰাইট কৰি, দেখুওৱা ছাইন-ইনৰ তথ্য ৰাখিবলৈ এটা একাউণ্ট বাছনি কৰক।</translation>
<translation id="1617663976202781617">Chromium ছিংকৰ ডেটা</translation>
<translation id="164952285225495380">এই পেকেজটো ইতিমধ্যে Chromiumত ট্ৰেক কৰা হৈছে।</translation>
<translation id="1703338211136118534">তলত দিয়া পাছৱৰ্ডসমূহ Password Managerলৈ আমদানি কৰা হোৱা নাছিল, কাৰণ সেইসমূহে প্ৰয়োজনীয়তা পূৰণ কৰা নাই।</translation>
<translation id="1707458603865303524">আপুনি যিকোনো সময়তে বাৰ্তা বা অন্য এপত থকা কোনো লিংকত টিপিলে সেইবোৰ খুলিবলৈ Chromium ব্যৱহাৰ কৰক।</translation>
<translation id="1722370509450468186">আপোনাৰ পাছৱৰ্ডটো আপোনাৰ একাউণ্ট (<ph name="EMAIL" />)ত ছেভ কৰা হ’ব।</translation>
<translation id="1747088204252710672">আপোনাৰ বাবে প্ৰস্তুত কৰা এটা কাষ্টম ফীড</translation>
<translation id="1761196287436320018">আপুনি Chromiumৰ বুকমাৰ্কৰ সীমা <ph name="LIMIT" />ত উপনীত হৈছে, সেয়েহে আপোনাৰ কিছুমান বুকমাৰ্ক এতিয়াও আপোনাৰ Google একাউণ্টত ছেভ কৰা হোৱা নাই।

আপুনি কিছুমান বুকমাৰ্ক মচি নেপেলোৱালৈকে আপোনাৰ একাউণ্টত নতুন বুকমাৰ্ক ছেভ কৰিব নোৱাৰি। যদি আপুনি এতিয়াই ছাইন আউট কৰে, ছেভ নকৰা বুকমাৰ্কসমূহ মচি পেলোৱা হ’ব।</translation>
<translation id="1811860791247653035">ব্যক্তিগতকৰণ আৰু অন্য সুবিধাসমূহ পাবলৈ, ৱেব আৰু <ph name="FEATURE_NAME_1" /> আৰু <ph name="FEATURE_NAME_2" />ত Chromiumক অন্তৰ্ভুক্ত কৰক</translation>
<translation id="1838412507805038478">Chromiumএ সত্যাপন কৰিলে <ph name="ISSUER" />এ এই ৱেবছাইটৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।</translation>
<translation id="1839447949248872139">ডিফ’ল্ট হিচাপে Chromiumত লিংকসমূহ খোলক</translation>
<translation id="1843424232666537147">আপোনাক Chromiumত থকা সুবিধাসমূহে নিজৰ ইণ্টাৰনেট ডেটা আৰু কিমান ক্ষিপ্ৰতাৰে আপুনি ৱেবপৃষ্ঠাসমূহ ল’ড কৰিব পাৰে সেইয়া পৰিচালনা কৰাত সহায় কৰিব।
<ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="1847960401032164406">Chromiumত Maps</translation>
<translation id="1867772173333403444">৪) Chromium বাছনি কৰক</translation>
<translation id="1965068424387304464">Chromiumৰ কিটিপ: আপোনাৰ পাছৱৰ্ডসমূহ ছেভ কৰক</translation>
<translation id="1992653360331625459">আপোনাৰ Password Managerত এই একাউণ্টসমূহৰ বাবে ইতিমধ্যে পাছৱৰ্ড আছে। যদি আপুনি তলৰ পাছৱৰ্ডসমূহৰ এটা আমদানি কৰাটো বাছনি কৰে, তেন্তে ই ইতিমধ্যে থকাটো সলনি কৰিব।</translation>
<translation id="2006345422933397527">Chromiumএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰিলে। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰি চাওক।</translation>
<translation id="2042889939382983733">আপোনাৰ Chromiumৰ ইতিহাস চাওক</translation>
<translation id="2052320862053429062">Chromiumএ আপোনাৰ পাছৱৰ্ডসমূহ অনলাইনত প্ৰকাশ কৰা তালিকাসমূহৰ লগত সময়ে সময়ে পৰীক্ষা কৰে। এনে কৰোঁতে আপোনাৰ পাছৱৰ্ডসমূহ আৰু ব্যৱহাৰকাৰীৰ নামসমূহ এনক্ৰিপ্ট কৰা হয়, গতিকে সেইবোৰ Googleকে ধৰি অন্য কোনেও পঢ়িব নোৱাৰে।</translation>
<translation id="2059365270911640413">Chromium ছেট আপ কৰা সম্পূৰ্ণ কৰক</translation>
<translation id="2168108852149185974">কিছুমান এড-অনৰ কাৰণে Chrome ক্ৰেশ্ব হয়। অনুগ্ৰহ কৰি ইয়াক আনইনষ্টল কৰক:</translation>
<translation id="2168593389981132306">Chromiumক উন্নত কৰক</translation>
<translation id="2178608107313874732">এই মুহূৰ্তত Chromiumএ আপোনাৰ কেমেৰা ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="2195025571279539885">আপুনি এই ছাইটবোৰৰ <ph name="LANGUAGE_NAME" /> পৃষ্ঠাবোৰ Chromiumএ অনুবাদ কৰি দিয়াটো বিচাৰিবনে?</translation>
<translation id="2200643763959651131">অন্য এপৰ পৰা লিংক প্ৰতিলিপি কৰাটো বন্ধ কৰিবলৈ Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক।</translation>
<translation id="22313767259766852">এই ঠিকনাটো বৰ্তমান Chromiumত ছেভ কৰা আছে। এইটো সমগ্ৰ Google প্ৰ’ডাক্টসমূহত ব্যৱহাৰ কৰিবলৈ, ইয়াক আপোনাৰ Google একাউণ্ট <ph name="USER_EMAIL" />ত ছেভ কৰক।</translation>
<translation id="2236584955986023187">ইয়াৰ অৰ্থ হৈছে Chromiumএ প্ৰত্যেকবাৰ ডেস্কটপ ছাইটৰ অনুৰোধ কৰিব।</translation>
<translation id="2245694534483711162">আপুনি ইতিমধ্যে Chromiumক দিয়া অনুমতিৰ আধাৰত Geminiএ আপোনাৰ সঠিক অৱস্থান ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="2270466829363945454">কিনক</translation>
<translation id="2313870531055795960">Chromiumত ষ্ট’ৰ কৰি ৰখা অসুৰক্ষিত ছাইটসমূহৰ এখন সূচীৰ সৈতে URLসমূহ পৰীক্ষা কৰে। যদি কোনোবা ছাইটে আপোনাৰ পাছৱৰ্ড চুৰি কৰিবলৈ চেষ্টা কৰে অথবা আপুনি কোনো ক্ষতিকাৰক ফাইল ডাউনল’ড কৰাৰ সময়ত Chromiumএ পৃষ্ঠাৰ সমলৰ বিটসমূহকে ধৰি URLসমূহো সুৰক্ষিত ব্ৰাউজিঙলৈ পঠিয়াব পাৰে।</translation>
<translation id="2314220608288760290">Chromiumএ স্বয়ংক্ৰিয়ভাৱে Youtubeৰ ইনক’গনিট’ লিংকসমূহ ইনক’গনিট’ত খোলে।</translation>
<translation id="231828342043114302">আপোনাৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৃত সমল লাভ কৰিবলৈ, Chromiumত ছাইন ইন কৰক।</translation>
<translation id="2334943301233020675">তলত দিয়া পাছকীসমূহ Password Managerলৈ আমদানি কৰা হোৱা নাছিল, কাৰণ সেইসমূহে প্ৰয়োজনীয়তা পূৰণ কৰা নাই।</translation>
<translation id="2337722506862731008">Chromium শ্বেয়াৰ কৰক</translation>
<translation id="2340423701577464731">Chromiumত পঢ়াৰ সূচীৰ বস্তু যোগ দিয়ক</translation>
<translation id="2374627437126809292">চিনাক্ত কৰা ঠিকনাসমূহৰ বাবে আপোনাক দিক্-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromiumএ Google Maps ব্যৱহাৰ কৰে।</translation>
<translation id="2386292341327187942">সন্ধান ৱিজেট বাকচটোত Chromium বুলি লিখক</translation>
<translation id="2389827884654658221">আপোনাৰ iPadৰ গৃহ স্ক্ৰীনৰ পৰা দ্ৰুততাৰে Chromium এক্সেছ কৰক।</translation>
<translation id="2426113998523353159">Chromium ব্যৱহাৰ কৰিবলৈ আপোনাৰ প্ৰতিষ্ঠানৰ বাবে আপুনি ছাইন ইন কৰাৰ আৱশ্যক।</translation>
<translation id="244367646885670394">এই পাছৱৰ্ডটো ছেভ কৰিবলৈ আৰু আপোনাৰ আটাইবোৰ ডিভাইচত Chromiumৰ ডেটা পাবলৈ এইগৰাকী আপুনি বুলি সত্যাপন কৰক</translation>
<translation id="2450140762465183767">এতিয়া আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত লিংকসমূহত টিপিলে যিকোনো সময়তে Chromium ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="2459183986985456602">Chromiumত মোৰ শেহতীয়া টেব খোলক।</translation>
<translation id="2476409803017965813">আপুনি Chromiumৰ ছেটিঙত যিকোনো সময়তে আপোনাৰ বাছনিবোৰ আপডে’ট কৰিব পাৰে।</translation>
<translation id="2478931088402984578"><ph name="BEGIN_BOLD" />Chromium<ph name="END_BOLD" /> বাছনি কৰক</translation>
<translation id="2485774047568879945">লিংকসমূহ সহজে শ্বেয়াৰ কৰিবলৈ আৰু খুলিবলৈ Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক</translation>
<translation id="2512597191798760956">Chromiumৰ চিহ্নটো টিপি হেঁচি ৰাখক আৰু "গৃহ স্ক্ৰীন সম্পাদনা কৰক"ত ক্লিক কৰক</translation>
<translation id="2517624234762908348">আপোনাৰ Chromium ডেটা ছিংক কৰক</translation>
<translation id="2592940277904433508">Chromium ব্যৱহাৰ কৰাটো অব্যাহত ৰাখক</translation>
<translation id="2601766165676560303">iPhone আৰু iPadৰ বাবে Chromium থীম</translation>
<translation id="2607609479243848905">আপুনি যদি নিজৰ পাছফ্ৰে’জটো পাহৰিছে অথবা এই ছেটিংটো সলাব বিচাৰে, <ph name="BEGIN_LINK" />আপোনাৰ একাউণ্টৰ Chromiumৰ ডেটা মচক<ph name="END_LINK" />।</translation>
<translation id="2640367368802736659">Chromiumৰ কিটিপ: Google Lensৰ জৰিয়তে আপুনি যি দেখে সেয়া সন্ধান কৰক</translation>
<translation id="2650312721222849884">আপুনি Chromium ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ ছিংক অন কৰক</translation>
<translation id="2684230048001240293">আপোনাৰ আটাইবোৰ ডিভাইচত আপোনাৰ টেব, পাছৱৰ্ড আৰু পৰিশোধ বিষয়ক তথ্য ছিংক কৰিবলৈ Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰক</translation>
<translation id="2730884209570016437">অন্য কোনো এপ্লিকেশ্বনে আপোনাৰ কেমেৰা ব্যৱহাৰ কৰি থকাৰ বাবে Chromiumএ সেয়া ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="2798503587425057129">Chromiumৰ পঢ়াৰ সূচী খোলে।</translation>
<translation id="28276745681323897">আপুনি আপোনাৰ Google একাউণ্টত <ph name="BEGIN_LINK" />Chromiumৰ কি ডেটা ছেভ কৰা হয় সেয়া পৰিচালনা কৰিব<ph name="END_LINK" /> পাৰে।

আপোনাৰ Chromiumৰ অভিজ্ঞতা উন্নত কৰিবলৈ আপোনাৰ ডেটা ব্যৱহাৰ কৰা অধিক ছেটিং পাবলৈ <ph name="BEGIN_LINK" />Google সেৱাসমূহ<ph name="END_LINK" />লৈ যাওক।</translation>
<translation id="2832168932648876507">Chromiumত ভইচেৰে সন্ধান কৰক।</translation>
<translation id="2843571538056574338">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাটোৰ বাবে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="2844923129028437362">প্ৰতিলিপি কৰাটো এৰাই চলক। Chromiumক আপোনাৰ ডিফ’ল্ট iOS ব্ৰাউজাৰ হিচাপে ছেট কৰক।</translation>
<translation id="2918709798697875261">আপোনাৰ প্ৰতিষ্ঠানৰ বাবে আপুনি Chromiumৰ পৰা ছাইন আউট হৈ থকাৰ আৱশ্যক।</translation>
<translation id="2942241131342758843">লিংক খুলিবলৈ, ৱিজেটৰ পৰা সন্ধান কৰিবলৈ আৰু অন্য এপত পাছৱৰ্ড স্বয়ংক্ৰিয়ভাৱে পূৰ কৰিবলৈ ডিফ’ল্ট হিচাপে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="2977470724722393594">Chromium একেবাৰে শেহতীয়া অৱস্থাত আছে</translation>
<translation id="3044857325852340337">Chromiumৰ ডেটা মচা হৈছে</translation>
<translation id="3054480780637153380">iOSত Chromiumৰ ছেটিং খোলক আৰু তাৰ পাছত "ডিফ’ল্ট ব্ৰাউজাৰ এপ"ত টিপক আৰু Chromium বাছনি কৰক।</translation>
<translation id="3072591112723064972">ইয়াত লিংকসমূহ তাৎক্ষণিকভাৱে লঞ্চ কৰিবলৈ Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক।</translation>
<translation id="3115956258722352278">Chromiumক আপোনাৰ ডি’ফল্ট ব্ৰাউজাৰ কৰিবনে?</translation>
<translation id="3180939591219927904">“আপুনি Chromium বন্ধ কৰিলে ইনক’গনিট’ টেব লক কৰক” সুবিধাটো অন কৰক</translation>
<translation id="327628223428512207">এই পাছৱৰ্ডটো ছেভ কৰিবলৈ আৰু আপোনাৰ আটাইবোৰ ডিভাইচত Chromiumৰ ডেটা পাবলৈ পাছফ্ৰে’জ দিয়ক</translation>
<translation id="328933489847748230">{count,plural, =1{এতিয়া ১ খন Chromium ৱিণ্ড’ দেখুৱাই থকা হৈছে}one{এতিয়া {count} খন Chromium ৱিণ্ড’ দেখুৱাই থকা হৈছে}other{এতিয়া {count} খন Chromium ৱিণ্ড’ দেখুৱাই থকা হৈছে}}</translation>
<translation id="3344973607274501920">Chromiumএ আপোনাৰ পাছৱর্ডসমূহ পৰীক্ষা কৰিব নোৱাৰিলে। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰি চাওক।</translation>
<translation id="3366305173356742781">আপোনাৰ একাউণ্টত Chromium ডেটা</translation>
<translation id="3387107508582892610">{THRESHOLD,plural, =1{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। ইয়াত ইতিহাস আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধা অন্তৰ্ভুক্ত হ’ব পাৰে।}one{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। ইয়াত ইতিহাস আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধা অন্তৰ্ভুক্ত হ’ব পাৰে।}other{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। ইয়াত ইতিহাস আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধা অন্তৰ্ভুক্ত হ’ব পাৰে।}}</translation>
<translation id="3410395242749598859">আপোনাৰ Chromiumৰ কিছুমান ডেটা এতিয়াও <ph name="EMAIL" />ত ছেভ কৰা হোৱা নাই।
একাউণ্ট সলনি কৰাৰ আগতে কেইমিনিটমান অপেক্ষা কৰি চাওক। যদি আপুনি এতিয়াই একাউণ্ট সলনি কৰে, এই ডেটা মচি পেলোৱা হ’ব।</translation>
<translation id="3440830787838130530">Google Password Managerত আপোনাৰ পৰিয়ালৰ গোটৰ সৈতে সহজে আৰু সুৰক্ষিতভাৱে এটা পাছৱৰ্ডৰ প্ৰতিলিপি শ্বেয়াৰ কৰক</translation>
<translation id="3445351634096573377">বাৰ্তা আৰু নথিৰ পৰা লিংকসমূহ পোনপটীয়াকৈ Chromiumত খোলক।</translation>
<translation id="3472200483164753384">Chromium Canaryত সমৰ্থিত নহয়</translation>
<translation id="347967311580159871">আপোনাৰ Chromiumৰ অভিজ্ঞতা উন্নত কৰিবলৈ আপোনাৰ ডেটা ব্যৱহাৰ কৰা অধিক ছেটিং পাবলৈ <ph name="BEGIN_LINK" />Google সেৱাসমূহ<ph name="END_LINK" />লৈ যাওক।</translation>
<translation id="3512168799938877162">আপোনাৰ পাছৱৰ্ড শ্বেয়াৰ কৰা হোৱা নাই। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰক আৰু আপুনি Chromiumত ছাইন ইন হৈ থকাটো নিশ্চিত কৰক। তাৰ পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="3529798650269984835">“আপুনি Chromium বন্ধ কৰিলে ইনক’গনিট’ টেব লক কৰক” অন কৰক।</translation>
<translation id="3541247799006476453">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাৰ বাবে Chromiumৰ জৰিয়তে আপোনাৰ পাছৱৰ্ড আৰু পাছকীসমূহ সহজে এক্সেছ কৰক</translation>
<translation id="3567399274263440288">Chromium পাৰ্যমানে ব্যৱহাৰ কৰিবলৈ আপোনাৰ Google একাউণ্টটোৰ জৰিয়তে Chromiumত ছাইন ইন কৰক।</translation>
<translation id="3581385059720151202">Chromiumত ভিজুৱেল সন্ধান কৰক</translation>
<translation id="3582640969619785896">Chromiumএ আপোনাৰ পাছৱৰ্ড ছেভ কৰিবলৈ সেৱা আগবঢ়াব</translation>
<translation id="3594315078412605236">Chromiumত পৰিশোধ পদ্ধতি পৰিচালনা কৰক</translation>
<translation id="3600428265489994557">Chromiumত ছাইন ইন কৰক</translation>
<translation id="3617143087229977194">iOSত ডিফ’ল্ট এপৰ ছেটিং খোলক আৰু তাৰ পাছত "ব্ৰাউজাৰৰ এপ"ত টিপক আৰু Chromium বাছনি কৰক।</translation>
<translation id="3634039384458740619">Chromiumৰ ছেটিং খোলক</translation>
<translation id="3639997914391704523">আপুনি নিজৰ Google একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰিলে Chromiumএ আপোনাৰ পাছৱর্ডসমূহ পৰীক্ষা কৰিব পাৰে।</translation>
<translation id="372658070733623520">আপোনাৰ Google একাউণ্টত Chromiumৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ এয়া আপুনিয়েই বুলি সত্যাপন কৰক।</translation>
<translation id="3728124580182886854">ব্যক্তিগতকৰণ কৰিবলৈ আৰু অন্য উদ্দেশ্যে Chromium আৰু অন্য Google সেৱাসমূহ লিংক কৰক</translation>
<translation id="377649297473651452">Chromiumৰ স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাৰ বিস্তৃত ভিউ</translation>
<translation id="3780779443901618967">মানক সুৰক্ষাৰ তুলনাত ছাইটসমূহৰ পৰা অধিক ডেটা বিশ্লেষণ কৰি আনকি Googleৰ বাবেও পূৰ্বে অজ্ঞাত বিপজ্জনক ছাইটসমূহৰ বিষয়ে আপোনাক সতৰ্ক কৰি দিয়ে। আপুনি Chromiumৰ সকীয়নি এৰি যোৱাটো বাছনি কৰিব পাৰে।</translation>
<translation id="3805899903892079518">আপোনাৰ ফট’ আৰু ভিডিঅ’সমূহত Chromiumৰ এক্সেছ নাই। iOS ছেটিং &gt; গোপনীয়তা &gt; ফট’-ত এক্সেছ সক্ষম কৰক।</translation>
<translation id="3809591243528646631">শিশুৰ সুৰক্ষাৰ সুবিধাসমূহ পাবলৈ, আপুনি হয় শিশুৰ বাবে ছেট আপ কৰা এটা Google একাউণ্ট ব্যৱহাৰ কৰিব পাৰে বা একাউণ্ট অবিহনে Chromium ব্যৱহাৰ কৰিব পাৰে। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="3816686541346279443">Chromiumএ আপোনাৰ পাছৱৰ্ড ছেভ কৰিবলৈ সেৱা আগবঢ়াব।</translation>
<translation id="3827545470516145620">আপুনি এই ডিভাইচটোত মান্য সুৰক্ষা লাভ কৰি আছে</translation>
<translation id="3833326979834193417">Chromiumএ আপোনাক ডেটা উলংঘন, অসুৰক্ষিত ৱেবছাইট আৰু অধিকৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিদিনে স্বয়ংক্ৰিয়ভাৱে সুৰক্ষা পৰীক্ষাটো চলায়। আপুনি ছেটিঙত সুৰক্ষা পৰীক্ষাৰ বিষয়ে অধিক তথ্য পাব পাৰে।</translation>
<translation id="3837584850181228767">Chromiumৰ কিটিপ: বৰ্ধিত সুৰক্ষিত ব্ৰাউজিং</translation>
<translation id="3845223911364528001">আপোনাৰ ফাইল আপল’ড কৰিবলৈ Chromiumলৈ উভতি যাওক</translation>
<translation id="3855938650519180865">Chromiumত নতুন কি আছে</translation>
<translation id="3886689467633467988">আপোনাৰ আটাইবোৰ ডিভাইচত আপোনাৰ বুকমাৰ্ক আৰু অধিক পাবলৈ এই ছাইট আৰু Chromiumত ছাইন ইন কৰক।</translation>
<translation id="3949514465204582407">Chromiumৰ কিটিপ: আপোনাৰ পাছৱৰ্ডসমূহ যিকোনো এপত লাভ কৰক</translation>
<translation id="4005283307739974863">Chromiumত সুৰক্ষা পৰীক্ষা খোলে আৰু চলায়।</translation>
<translation id="4043291146360695975">পাছৱৰ্ডসমূহ কেৱল এই ডিভাইচটোত থকা পাছৱৰ্ড পৰিচালকত ছেভ কৰা হয়।</translation>
<translation id="4046625794029820944">URLসমূহ প্ৰতিলিপি কৰা বন্ধ কৰক। পৃষ্ঠাসমূহ পোনপটীয়াকৈ ল’ড কৰিবলৈ Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰক।</translation>
<translation id="4066426933127344530">ডিফ’ল্ট হিচাপে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="4087314024407094071">Chromiumত ছেটিং খোলে।</translation>
<translation id="4099085513035183040">Chromium বিটাত সমৰ্থিত নহয়</translation>
<translation id="4106512142782407609"><ph name="EMAIL" /> হিচাপে ছাইন ইন কৰিছে।

আপোনাৰ ডেটা আপোনাৰ পাছফ্ৰে’জৰ জৰিয়তে এনক্ৰিপ্ট কৰা হৈছে। আপোনাৰ Google একাউণ্টত Chromiumৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ এইটো দিয়ক।</translation>
<translation id="4118287192800900567">Chromium সম্পৰ্কীয় কিটিপ: Chromiumত ছাইন ইন কৰক</translation>
<translation id="4195557071150719219">Chromiumৰ শেহতীয়া টেবসমূহ চাওক</translation>
<translation id="420541179527342563">Chromiumত লকডাউন ম’ড অক্ষম কৰিবলৈ আপোনাৰ iPadত এইটো অফ কৰক।</translation>
<translation id="4272892696084633551">Chromiumৰ সুবিধা আৰু কার্যক্ৰমসমূহ উন্নত কৰাত সহায় কৰক</translation>
<translation id="4302397443352897529">Chromiumৰ ছেটিং</translation>
<translation id="4304713468139749426">পাছৱৰ্ড পৰিচালক</translation>
<translation id="4408912345039114853">Chromiumৰ সুৰক্ষা পৰীক্ষা চলাওক</translation>
<translation id="4432744876818348753">Chromiumৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ ছাইন ইন কৰক।</translation>
<translation id="4445228361214254027">আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ Google একাউণ্টত Chromium ডেটা ব্যৱহাৰ আৰু ছেভ কৰাৰ ক্ষমতা অফ কৰিছে। নতুন বুকমাৰ্ক, পাছৱৰ্ড আৰু অধিক কেৱল এই ডিভাইচত ছেভ কৰা হ’ব।</translation>
<translation id="4498832288620833153">Chromiumত আপোনাৰ পঢ়াৰ সূচীত ইনপুট কৰা URL যোগ দিয়ে।</translation>
<translation id="4508268628669724828">Chromiumৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ অধিক উপযোগী পৰামৰ্শসমূহ পাবলৈ ইয়াত পুনৰ চাওক।</translation>
<translation id="452436063477828504">আপোনাৰ Google একাউণ্টত আপুনি সদায়ে Chromiumৰ ডেটা ব্যৱহাৰ কৰিব পৰাটো নিশ্চিত কৰক</translation>
<translation id="4527452566931097835">Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰিবনে?</translation>
<translation id="4555020257205549924">যেতিয়া এই সুবিধাটো অন কৰি ৰখা হয় তেতিয়া Chromiumএ অন্য ভাষাত থকা পৃষ্ঠা Google Translate ব্যৱহাৰ কৰি অনুবাদ কৰাৰ সুবিধা দিয়ে। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="4572441104543926904">পাছফ্ৰে’জ এনক্ৰিপশ্বনত পৰিশোধ পদ্ধতি আৰু ঠিকনা অন্তৰ্ভুক্ত নহয়।

এই ছেটিংটো সলনি কৰিবলৈ, <ph name="BEGIN_LINK" />আপোনাৰ একাউণ্টৰ Chromiumৰ ডেটা মচক<ph name="END_LINK" />।</translation>
<translation id="4578500311756617174">Chromium ব্যৱহাৰ সম্পৰ্কীয় কিটিপ: ডিফ’ল্ট হিচাপে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="458786853569524949">এতিয়া আপুনি যিকোনো সময়তে ইমেইল, নথি আৰু অন্য এপত থকা লিংকসমূহত টিপিলে Chromium ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="4625730353066900738">আপুনি আৰম্ভ কৰিবলৈ Chromiumৰ সহায়ক প্ৰাথমিক কথাবোৰ জানক</translation>
<translation id="4633738821577273991">Chromiumৰ এই প্ৰ’ফাইলটোৰ বাবেও বৰ্ধিত সুৰক্ষিত ব্ৰাউজিঙৰ সুবিধা লাভ কৰক</translation>
<translation id="4654936625574199632">এপ্‌টো উন্নত কৰাত সহায় কৰিবলৈ, Chromiumএ Googleলৈ ব্যৱহাৰ আৰু ক্ৰেশ্ব সম্পৰ্কীয় ডেটা পঠিয়ায়। <ph name="BEGIN_LINK" />পৰিচালনা কৰক<ph name="END_LINK" /></translation>
<translation id="4681781466797808448">Chromium স্কেনাৰ অন কৰক</translation>
<translation id="4685611756167369067">Chromiumৰ ইনক’গনিট’ টেব খোলক</translation>
<translation id="4736424910885271643">আপোনাৰ একাউণ্টটো <ph name="HOSTED_DOMAIN" />এ পৰিচালনা কৰে, গতিকে আপোনাৰ Chromiumৰ ডেটাখিনি এই ডিভাইচটোৰ পৰা মচা হ’ব</translation>
<translation id="4790638144988730920">আপোনাৰ Google একাউণ্টত Chromiumৰ ডেটা ব্যৱহাৰ কৰি থাকক।</translation>
<translation id="4828317641996116749">Chromiumএ সকলো পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="4856138222358683580">Chromiumৰ কাৰ্য</translation>
<translation id="4869706986935301458">আপুনি আপোনাৰ iPhoneত থাকিলে তাৎক্ষণিকভাৱে Chromium খোলক</translation>
<translation id="4904452304169763785">Chromiumএ আপোনাৰ বাবে চিনাক্ত কৰা যিকোনো গোপনীয়তা বা সুৰক্ষা সম্পৰ্কীয় সমস্যাৰ ওপৰত সতৰ্কবার্তা।</translation>
<translation id="4962295957157529683">Chromiumৰ খোলা থকা অন্য ৱিণ্ড’ত আপুনি কি কৰি আছিল সেয়া সমাপ্ত কৰক।</translation>
<translation id="4985291216379576555">অফলাইন হৈ থাকিলে Chromiumএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="4996471330284142407">সৰল, সুৰক্ষিত আৰু পূৰ্বতকৈ ক্ষিপ্ৰ Chromiumৰ জৰিয়তে অধিক কাম কৰক।</translation>
<translation id="4999538639245140991">আপুনি যিহেতু <ph name="SIGNOUT_MANAGED_DOMAIN" />এ পৰিচালনা কৰা এটা একাউণ্টৰ পৰা ছাইন আউট কৰি আছে আপোনাৰ Chromium ডেটা এই ডিভাইচটোৰ পৰা মচা যাব। আপোনাৰ ডেটা নিজৰ Google একাউণ্টত থাকিব যাব।</translation>
<translation id="5042011327527167688">“Chromiumত Google Mapsৰ জৰিয়তে চাওক”ত টিপক।</translation>
<translation id="5044871537677053278">আপোনাক দিক্-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromiumএ ঠিকনাসমূহ চিনাক্ত কৰে আৰু Google Maps ব্যৱহাৰ কৰে।</translation>
<translation id="5048140766121299007">"<ph name="TEXT_OF_THE_SETTINGS_MENU_ITEM" />" ছেটিঙৰ পৰা, "Chromium" অনলৈ ট’গল কৰক</translation>
<translation id="5053429694249468757">Chromiumৰ ডেটা মচি থকা হৈছে…</translation>
<translation id="5071749685031362629">iOSৰ বাবে Chromium</translation>
<translation id="5124429847818367226">এতিয়া আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত থকা কোনো লিংক ব্ৰাউজ কৰিলে বা টিপিলে যিকোনো সময়তে Chromium ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="5131565040785979529">আপোনাৰ প্ৰতিষ্ঠানে, <ph name="DOMAIN" />, আপুনি ছাইন ইন কৰা একাউণ্টটো আৰু Chromium কেনেকৈ ব্যৱহাৰ কৰা হয় পৰিচালনা কৰে।</translation>
<translation id="5134464247000681876">Chromiumত Gmail, Maps, YouTube আৰু অন্য এপ্‌সমূহৰ পৰা লিংকসমূহ খোলক</translation>
<translation id="5203244847421322551">Chromiumত পাছৱৰ্ডসমূহ ছেভ আৰু স্বয়ংক্ৰিয়ভাৱে পূৰ কৰক</translation>
<translation id="5224391634244552924">ছেভ কৰা কোনো পাছৱৰ্ড নাই। আপুনি নিজৰ পাছৱর্ডসমূহ ছেভ কৰিলে Chromiumএ সেইবোৰ পৰীক্ষা কৰিব পাৰে।</translation>
<translation id="5259423875997548710">Chromiumত ভিজুৱেল সন্ধান কৰক।</translation>
<translation id="5284913972719948193">Chromiumত আপোনাৰ পাছৱৰ্ড, ইতিহাস, বুকমাৰ্ক আৰু ক্ৰেডিট কাৰ্ডসমূহ ব্যৱহাৰ কৰিবলৈ আপোনাৰ ডেটা আমদানি কৰক</translation>
<translation id="5308226104666789935">Chromiumএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="5311557153294205270">Chromiumত আপোনাৰ বুকমাৰ্কত ইনপুট কৰা URL যোগ দিয়ে।</translation>
<translation id="5383251701169024761">অন্য এপত আপোনাৰ ছেভ হৈ থকা পাছৱৰ্ডসমূহ সহজে পাবলৈ, স্বয়ংক্ৰিয়ভাৱে পূৰ কৰাৰ বাবে Chromium বাছনি কৰক।</translation>
<translation id="538767207339317086">Chromiumত ছাইন ইন কৰাৰ অনুমতি দিয়ক</translation>
<translation id="5389058611415066188">Chromiumৰ সৈতে সুৰক্ষিত হৈ থাকক</translation>
<translation id="5414059596208264343">Chromiumৰ কিটিপ: আপোনাৰ পাছৱৰ্ডসমূহ পাওক</translation>
<translation id="5415273218238091735">Chromium ব্যৱহাৰ সম্পৰ্কীয় কিটিপ</translation>
<translation id="5427571867875391349">আপোনাৰ ডিফ'ল্ট ব্ৰাউজাৰ হিচাপে Chromiumক ছেট কৰক</translation>
<translation id="5434562575369834882">Chromium ইনক’গনিট’ত খোলক</translation>
<translation id="5453478652154926037">Chromiumএ আপোনাৰ পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰে।</translation>
<translation id="5479292367402350143">Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ কৰিবলৈ:
১) ছেটিং খোলক
২) ডিফ’ল্ট ব্ৰাউজাৰ এপত টিপক
৩) Chromium বাছনি কৰক</translation>
<translation id="5482686278086727777">Chromiumৰ পৰা টেবৰ ৰিমাইণ্ডাৰ লাভ কৰিবলৈ, আপোনাৰ iOS ছেটিঙত জাননী অন কৰক।</translation>
<translation id="5521125884468363740">আপুনি Chromium ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ ছাইন ইন কৰক আৰু ছিংক অন কৰক</translation>
<translation id="5534584691915394889">Chromium আৰু Google Lensৰ পৰা আপোনাৰ Apple Calendarত অনুষ্ঠান সৃষ্টি কৰিবলৈ এইটো ব্যৱহাৰ কৰা হ’ব।</translation>
<translation id="5571094606370987472">Chromiumৰ শেহতীয়া টেব খোলে।</translation>
<translation id="5596644122344097310">আপোনাৰ iPhoneত Chromiumৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ ইয়াত টিপক।</translation>
<translation id="5603085937604338780">chromium</translation>
<translation id="5657280937522795751">Chromium ট’গল কৰক</translation>
<translation id="5664395081284292058">Chromiumত মোৰ শেহতীয়া টেব খোলক</translation>
<translation id="5671188105328420281">Chromiumৰ কিটিপ</translation>
<translation id="5688047395118852662">এই কাৰ্ডখনে আপোনাক Chromiumৰ পৰা কেনেকৈ পাৰ্যমানে উপকৃত হ’ব পাৰি তাৰ পৰামৰ্শ দেখুৱায়।</translation>
<translation id="5700709190537129682">Chromiumএ আপোনাৰ পাছৱর্ডসমূহ পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="5731004036450828399">আপোনাৰ পাছকীসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ, আপুনি প্ৰথমে এটা পুনৰুদ্ধাৰৰ পিন সৃষ্টি কৰিব লাগিব।

        পাছকীসমূহ Password Managerত ছেভ কৰা হয়, যিয়ে আপোনাক যিকোনো ডিভাইচত সেইসমূহ Chromiumত ব্যৱহাৰ কৰিবলৈ দিয়ে।</translation>
<translation id="575593940213760950"><ph name="EMAIL" />ৰ বাবে Password Managerত</translation>
<translation id="5786958731263984543">প্ৰতিলিপি কৰাৰ অসুবিধাৰ পৰা হাত সাৰক। Chromiumত পোনপটীয়াকৈ লিংক লঞ্চ কৰক।</translation>
<translation id="584550191241316896">Chromiumত ছাইন ইন কৰক</translation>
<translation id="5862307444128926510">Chromium লৈ স্বাগতম</translation>
<translation id="5889847953983052353">অন হৈ থাকিলে:
<ph name="BEGIN_INDENT" />  • আপোনাৰ দৰে একেধৰণে Chromium ব্যৱহাৰ কৰা লোকসকলৰ বাবে ইয়াক উন্নত কৰাত সহায় কৰক।<ph name="END_INDENT" />

বিবেচনা কৰিবলগীয়া কথা:
<ph name="BEGIN_INDENT" />  • আপোনাৰ Chromiumৰ ব্যৱহাৰৰ তথ্য Googleলৈ পঠিওৱা হয়, কিন্তু সেয়া আপোনাৰ সৈতে জড়িত কৰা নহয়।

  • যদি Chromium ক্ৰেশ্ব হয়, ক্ৰেশ্বটোৰ সবিশেষত কিছুমান ব্যক্তিগত তথ্য অন্তৰ্ভুক্ত হ’ব পাৰে।

  • যদি আপুনি আপোনাৰ ইতিহাস আপোনাৰ Google একাউণ্টৰ সৈতে ছিংক কৰে, মেট্ৰিক্সত আপুনি ভ্ৰমণ কৰা URLসমূহৰ বিষয়ে তথ্যও অন্তৰ্ভুক্ত কৰিব পাৰে।<ph name="END_INDENT" /></translation>
<translation id="5932787118589620366">Chromiumত ব্ৰাউজিঙৰ ডেটা মচক।</translation>
<translation id="593808800391107017">Chromiumএ স্বয়ংক্ৰিয়ভাৱে আপোনাৰ বাবে চিনাক্ত কৰা যিকোনো গোপনীয়তা বা সুৰক্ষা সম্পৰ্কীয় সমস্যাৰ ওপৰত সতৰ্কবার্তা পাওক।</translation>
<translation id="5951593919357934226">Chromium পাৰ্যমানে ব্যৱহাৰ কৰক</translation>
<translation id="5985254578475526217">Chromiumৰ পৰা জাননী পাবলৈ, আপোনাৰ iOS ছেটিঙত জাননী অন কৰক।</translation>
<translation id="6041226255405329731">টেবৰ গোটসমূহ শ্বেয়াৰ কৰিবলৈ আৰু তাত যোগদান কৰিবলৈ Chromiumত ছাইন ইন কৰক আৰু ধাৰণাসমূহত একেলগে কাম কৰক</translation>
<translation id="6104024151682120539">Chromiumত খোলক</translation>
<translation id="61109258320235597">আপোনাৰ Google একাউণ্টত Chromiumৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ আপোনাৰ পাছফ্ৰে’জ দিয়ক।</translation>
<translation id="6132149203299792222">আপোনাৰ পাছৱৰ্ড আৰু আন বহুতো বস্তু ছিংক কৰিবলৈ আপোনাৰ Google একাউণ্টৰ জৰিয়তে ছাইন ইন কৰক।</translation>
<translation id="6139490926154511684">লিংকসমূহ প্ৰতিলিপি কৰাৰ পৰিৱৰ্তে এবাৰ টিপিয়েই সেয়া খুলিবলৈ Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰক।</translation>
<translation id="6148377327556085395">Chromiumত বুকমাৰ্ক যোগ দিয়ক</translation>
<translation id="6154098560469640583">আপুনি যিকোনো সময়তে বাৰ্তা, নথি আৰু অন্য এপত থকা কোনো লিংকত টিপিলে সেইবোৰ খুলিবলৈ Chromium ব্যৱহাৰ কৰক।</translation>
<translation id="6157162508956739031">Chromiumৰ পৰা আপোনাৰ পাছৱৰ্ড আৰু পাছকীসমূহ স্বয়ংক্রিয়ভাৱে পূৰ কৰি এপ্‌ আৰু ছাইটসমূহত দ্ৰুততাৰে ছাইন ইন কৰক</translation>
<translation id="6170619162539716595">চিনাক্ত কৰা ঠিকনাসমূহৰ বাবে আপোনাক দিক্-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromiumক Google Maps ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ক।</translation>
<translation id="6170834619568075230">আপুনি দেখা যিকোনো বস্তু সন্ধান কৰিবলৈ আপুনি Chromiumত Google Lens ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="6244277266078678766">আপোনাৰ পাছৱৰ্ডটো <ph name="USER_EMAIL" />ৰ Password Managerত ছেভ কৰা হ’ব</translation>
<translation id="6268381023930128611">Chromiumৰ পৰা ছাইন আউট কৰিবনে?</translation>
<translation id="6301717043141881464">আপোনাৰ অন্য এপ্‌সমূহত আপোনাৰ ছেভ কৰা পাছৱৰ্ডসমূহ সহজে পাবলৈ, স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাৰ বাবে Chromium বাছনি কৰক</translation>
<translation id="6324041800010509197">Chromiumত টেব গ্ৰিডলৈ যাওক</translation>
<translation id="6325378625795868881">আপুনি যিকোনো সময়তে বাৰ্তা আৰু অন্য এপত থকা কোনো লিংকত টিপিলে সেইবোৰ খুলিবলৈ Chromium ব্যৱহাৰ কৰক।</translation>
<translation id="6387994184698195448">Chromiumৰ সহায়ক কিটিপ আৰু অধিকৰ সৈতে আগবাঢ়ক।</translation>
<translation id="6424492062988593837">Chromium আৰু উন্নত হৈছে! এটা নতুন সংস্কৰণ আছে।</translation>
<translation id="6433172051771630690">Chromiumৰ পৰা পাৰ্যমানে উপকৃত হোৱাৰ কিটিপ।</translation>
<translation id="65045991564554105">Chromiumৰ বুকমাৰ্কসমূহ চাওক</translation>
<translation id="6519797228806907665">আপোনাৰ iPhoneৰ গৃহ স্ক্ৰীনৰ পৰা দ্ৰুততাৰে Chromium এক্সেছ কৰক।</translation>
<translation id="6538713818758208754">Chromiumত পৰিশোধ পদ্ধতিৰ ছেটিঙৰ পৃষ্ঠাখন খোলে।</translation>
<translation id="6540186279384079894">Chromiumত নতুন টেব খোলক</translation>
<translation id="6563921047760808519"><ph name="BEGIN_LINK" />Chromiumএ কেনেকৈ আপোনাৰ ডেটা ব্যক্তিগত কৰি ৰাখে<ph name="END_LINK" /> সেই বিষয়ে অধিক জানক</translation>
<translation id="6564769014061914792">আপোনাৰ iPadত Chromiumৰ পৰা পাৰ্যমানে উপকৃত হ’বলৈ ইয়াত টিপক।</translation>
<translation id="6566303693324540692">Chromiumৰ কিটিপ: Chromiumক আপোনাৰ গৃহ স্ক্ৰীনলৈ স্থানান্তৰ কৰক</translation>
<translation id="6574750762636192517">Chromiumত পাছৱৰ্ড পৰিচালনা কৰক</translation>
<translation id="6590232959690355435">আপোনাৰ Chromiumৰ ইতিহাসৰ পৃষ্ঠা খোলে।</translation>
<translation id="6674470628873622334">এটা নতুন Chromium ইনক’গনিট’ টেব খোলে।</translation>
<translation id="6680609900732453726">আপুনি Chromium বন্ধ কৰিলে ডিভাইচত বিশ্বাসযোগ্যতাৰ প্ৰমাণীকৰণৰ জৰিয়তে আপোনাৰ ব্ৰাউজিং ব্যক্তিগত কৰি ৰাখক</translation>
<translation id="6696512128741076907">অন্য এপ্‌সমূহৰ পৰা লিংকসমূহ তাৎক্ষণিকভাৱে খুলিবলৈ Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰক।</translation>
<translation id="6752854822223394465">আপোনাৰ প্ৰতিষ্ঠানে Chromium ছেট আপ কৰি আছে...</translation>
<translation id="6794054469102824109">Chromium Dino গে’মটো খোলে।</translation>
<translation id="6820823224820483452">Chromiumএ সকলো পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। কাইলৈ পুনৰ চেষ্টা কৰক।</translation>
<translation id="6830782797004194206">Chromiumৰ স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাটোৰ জৰিয়তে অধিক ক্ষিপ্ৰতাৰে ছাইন ইন কৰক</translation>
<translation id="6831043979455480757">Translate</translation>
<translation id="6852419005633611413">আপোনাৰ গৃহ স্ক্ৰীনৰ ড’কৰ পৰা অধিক দ্ৰুতভাৱে Chromium এক্সেছ কৰক</translation>
<translation id="6852799557929001644">এই ডিভাইচটোত থকা অন্য এপত আপোনাৰ Chromiumৰ পাছৱৰ্ড আৰু অধিক বস্তু এক্সেছ কৰক।</translation>
<translation id="6887138405044152640">অন্য এটা ডিভাইচলৈ এই টেবটো পঠিয়াবলৈ, তাত Chromiumত ছাইন ইন কৰক।</translation>
<translation id="6911341667534646387">আপোনাৰ Google একাউণ্টত Chromiumৰ ডেটা ব্যৱহাৰ কৰি থাকক</translation>
<translation id="7018284295775193585">Chromium আপডে’ট হ’ব নোৱাৰে</translation>
<translation id="7055269218854630176">আপোনাৰ প্ৰতিষ্ঠান, <ph name="DOMAIN" />এ আপুনি ছাইন ইন কৰি থকা একাউণ্টটো আৰু Chromium কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেয়া পৰিচালনা কৰে। আপোনাৰ প্ৰশাসকে নিৰ্দিষ্ট কিছুমান সুবিধা ছেট আপ কৰিব অথবা প্ৰতিবন্ধিত কৰিব পাৰে।</translation>
<translation id="7099326575020694068">Chromiumএ বিভাজিত ম’ডত আপোনাৰ কেমেৰা ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="7110290529575835890">প্ৰথমে URL প্ৰতিলিপি নকৰাকৈয়ে পৰৱৰ্তী সময়ত পোনপটীয়াকৈ Chromiumত লিংকসমূহ খোলক।</translation>
<translation id="7165402419892018581">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাটোৰ বাবে Chromium বাছনি কৰক</translation>
<translation id="7175400662502680481">কোনো ডেটা উলংঘনৰ ফলত আপোনাৰ পাছৱৰ্ডটো ফাদিল হৈছে। পাছৱৰ্ড পৰিচালকে এইটো এতিয়াই সলনি কৰিবলৈ চুপাৰিছ কৰে।</translation>
<translation id="7185731475720473450">পৰিশোধ পদ্ধতি আৰু ঠিকনা এনক্ৰিপ্ট কৰা নহ’ব। Chromiumৰ পৰা ব্ৰাউজিঙৰ ইতিহাস ছিংক কৰা নহ’ব।

আপোনাৰ পাছফ্ৰে’জ থকা লোকেহে আপোনাৰ এনক্ৰিপ্ট কৰা ডেটা পঢ়িব পাৰে। পাছফ্ৰে’জটো Googleলৈ পঠিওৱা নহয় অথবা Googleএ সেয়া ষ্ট’ৰ নকৰে। আপুনি যদি নিজৰ পাছফ্ৰে’জটো পাহৰে অথবা এই ছেটিংটো সলাব বিচাৰে, <ph name="BEGIN_LINK" />আপোনাৰ একাউণ্টৰ Chromiumৰ ডেটা মচক<ph name="END_LINK" />।</translation>
<translation id="7192111075364461693">আপোনাৰ ডিভাইচৰ ছেটিঙত বৰ্তমান Chromiumৰ জাননী অফ কৰা আছে।</translation>
<translation id="7195217321165708458">Chromiumত Gemini</translation>
<translation id="7219205286115692265">আপোনাৰ iPadৰ গৃহ স্ক্ৰীনৰ ড’কৰ পৰা অধিক দ্ৰুতভাৱে Chromium এক্সেছ কৰক।</translation>
<translation id="7222001353246886083">Chromiumত ${searchPhrase} সন্ধান কৰক</translation>
<translation id="7228180817326917122">Chromiumৰ কিটিপ: আপোনাৰ ঠিকনাৰ বাৰৰ স্থান বাছনি কৰক</translation>
<translation id="725427773388857052">Chromiumএ আপোনাক ডেটা উলংঘন, অসুৰক্ষিত ৱেবছাইট তথা আন বহুতৰ পৰা সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে।</translation>
<translation id="7269362888766543920">কিছুমান এড-অনৰ কাৰণে Chrome ক্ৰেশ্ব হয়। অনুগ্ৰহ কৰি সেইবোৰ আনইনষ্টল কৰি চাওক।</translation>
<translation id="7285031092584344905">অন্য এপত আপোনাৰ Chromiumৰ পাছৱৰ্ড আৰু অধিক বস্তু এক্সেছ কৰক।</translation>
<translation id="7337881442233988129">Chromium</translation>
<translation id="7395825497086981028">আপোনাৰ পাছৱৰ্ডটো <ph name="EMAIL" />ৰ পাছৱৰ্ড পৰিচালকত ছেভ কৰা হ’ব।</translation>
<translation id="7434848749522628428">এই পাছকীটো <ph name="USER_EMAIL" />ৰ বাবে Password Managerত ছেভ কৰা হ’ব</translation>
<translation id="7504829997542308412">Chromium খোলক</translation>
<translation id="7507535968973352823">যিকোনো সময়তে এক্সেছ কৰিবলৈ Chromiumক একেবাৰে তলৰ অংশত ৰাখক</translation>
<translation id="7531461704633548377">Chromiumৰ পৰা</translation>
<translation id="7554983317097061001">Chromium ব্যৱহাৰ সম্পৰ্কীয় কিটিপ: Chromiumক ড’কলৈ স্থানান্তৰ কৰক</translation>
<translation id="7576863740961052505">Chromiumৰ ছেটিং পৰিচালনা কৰক</translation>
<translation id="7674213385180944843">ছেটিংসমূহ &gt; গোপনীয়তা &gt; কেমেৰা &gt; Chromium খোলক আৰু তাৰ পাছত কেমেৰাটো অন কৰক।</translation>
<translation id="7733418656985455268">Chromium সম্পৰ্কীয় পৰামৰ্শ: Lensৰ জৰিয়তে সন্ধান কৰক</translation>
<translation id="7747820849741499258">Chromiumত সন্ধান কৰক</translation>
<translation id="7753923083404296545">Chromium ইনক’গনিট’ত খোলা হৈছে</translation>
<translation id="7762622637388462191">আপুনি Chromiumৰ পৰা বাহিৰ ওলালে বা অন্য কোনো এপ্‌ ব্যৱহাৰ কৰিলে আপোনাৰ ইনক’গনিট’ টেবসমূহ লক কৰক।</translation>
<translation id="7763454117143368771">বিপজ্জনক ছাইটৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ আৰু আপোনাৰ পাছৱৰ্ডসমূহ নিৰাপদে ৰাখিবলৈ Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ব্যৱহাৰ কৰক</translation>
<translation id="7784950022329154821">আপুনি Chromium বন্ধ কৰিলে ইনক’গনিট’ টেবসমূহ লক কৰক</translation>
<translation id="7798616345453618228">Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক আৰু ৱেবৰ সমল স্বয়ংক্ৰিয়ভাৱে খোলক।</translation>
<translation id="78025249032851484">আপোনাৰ Chromium পুৰণি হৈছে।</translation>
<translation id="784098351033299289">মেপৰ লিংকত আপোনাক দিক্‌-নিৰ্দেশনা আৰু স্থানীয় তথ্য দিবলৈ Chromiumএ Google Maps ব্যৱহাৰ কৰে</translation>
<translation id="7859018312476869945">যেতিয়া আপুনি ঠিকনাৰ বাৰ অথবা সন্ধান বাকচত টাইপ কৰে, তেতিয়া উন্নত পৰামৰ্শ লাভ কৰিবলৈ Chromiumএ আপুনি যি টাইপ কৰে সেয়া আপোনাৰ ডিফ’ল্ট সন্ধান ইঞ্জিনলৈ পঠিয়ায়। এয়া ইনক’গনিট’ত অফ কৰা থাকে।</translation>
<translation id="7890287942691234100">Chromium স্কেনাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰক</translation>
<translation id="7905064834449738336">যেতিয়া আপুনি এটা পাছৱৰ্ড ব্যৱহাৰ কৰে, তেতিয়া সেইটো অনলাইনত প্ৰকাশ কৰা হৈছে নেকি সেই বিষয়ে Chromiumএ আপোনাক সকীয়নি দিয়ে। এনে কৰোঁতে আপোনাৰ পাছৱৰ্ডসমূহ আৰু ব্যৱহাৰকাৰীৰ নামসমূহ এনক্ৰিপ্ট কৰা হয়, গতিকে সেইবোৰ Googleকে ধৰি অন্য কোনেও পঢ়িব নোৱাৰে।</translation>
<translation id="7928628054454574139">আপুনি অন্য এপত লিংকসমূহত টিপিলে যিকোনো সময়তে Chromium খোলক</translation>
<translation id="7934404985878918282">Chromiumৰ পঢ়াৰ সূচী চাওক</translation>
<translation id="7935734571048689933">Chromium পৰিচালনা কৰা হৈ আছে</translation>
<translation id="7951793218148208717">Chromiumত এটা নতুন টেব খোলে।</translation>
<translation id="7980860476903281594">আপুনি অনুমতি দিয়া ছাইটসমূহৰ সৈতে Chromiumএ আপোনাৰ অৱস্থান শ্বেয়াৰ কৰে।</translation>
<translation id="7994322153108931467">Chromiumৰ সহায়ক কিটিপ পাবলৈ আপোনাৰ iOSৰ ছেটিঙত জাননী অন কৰক।</translation>
<translation id="7997159823054171568">Chromiumক ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক</translation>
<translation id="800380310260616129">ইয়াত Chromium ডাউনল’ড কৰক।</translation>
<translation id="8013573822802650211">আপুনি Chromium ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ আপোনাৰ সকলো ডিভাইচত ছাইন ইন কৰক</translation>
<translation id="8014091604604659473">Chromium ছাইন আউট হৈ আছে</translation>
<translation id="8104697640054703121">বিপজ্জনক ছাইটৰ পৰা Chromiumৰ আটাইতকৈ বৰ্ধিত সুৰক্ষাৰ সুবিধা লাভ কৰক</translation>
<translation id="8119542592987737574">আপোনাৰ iPhoneৰ গৃহ স্ক্ৰীনৰ ড’কৰ পৰা অধিক দ্ৰুতভাৱে Chromium এক্সেছ কৰক।</translation>
<translation id="8119553494985516751">আপুনি Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰি লিংকসমূহ দ্ৰুততাৰে খোলক</translation>
<translation id="8164086860209325020">Chromiumৰ ছেটিঙলৈ যাওক</translation>
<translation id="8197822717502700527">আপুনি এতিয়া আপোনাৰ ডিভাইচত Chromiumৰ পৰা পাৰ্যমানে উপকৃত হ’ব।</translation>
<translation id="8236210361418193126">Password Managerলৈ আমদানি কৰক</translation>
<translation id="8254729934443216898">নতুন সুবিধাসমূহ অন্বেষণ কৰক যিবোৰে আপোনাক Chromiumৰ পৰা পাৰ্যমানে উপকৃত হোৱাত সহায় কৰে।</translation>
<translation id="8293572045658095405">আপুনি Chromiumৰ ইনক’গনিট’ত আছে</translation>
<translation id="830951810931292870">অন্তৰ্ভুক্ত কৰা URLসমূহ Chromiumৰ ইনক’গনিট’ত খোলে।</translation>
<translation id="8385503371191508165">Password Managerৰ জৰিয়তে পাছকী ছেভ কৰা আৰম্ভ কৰক</translation>
<translation id="8390323835464055390">স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ সুবিধাটোৰ বাবে Chromium ব্যৱহাৰ কৰি যিকোনো এপৰ পৰা আপোনাৰ ছেভ কৰি থোৱা পাছৱৰ্ড আৰু পাছকীসমূহৰ জৰিয়তে ছাইন ইন কৰক</translation>
<translation id="8409374867500149834">আপোনাৰ ওচৰত ক্ষতিকাৰক ৱেবছাইটৰ বিৰুদ্ধে Chromiumৰ আটাইতকৈ শক্তিশালী সুৰক্ষা ব্যৱস্থা আছে</translation>
<translation id="8543509361021925846">{THRESHOLD,plural, =1{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। আপুনি ছাইন ইন হৈ থকাৰ সময়ত কেৱল এই ডিভাইচটোত ছেভ কৰা ডেটা মচি পেলোৱা হ’ব। ইয়াত ইতিহাস আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত হ’ব পাৰে।}one{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। আপুনি ছাইন ইন হৈ থকাৰ সময়ত কেৱল এই ডিভাইচটোত ছেভ কৰা ডেটা মচি পেলোৱা হ’ব। ইয়াত ইতিহাস আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত হ’ব পাৰে।}other{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়। আপুনি ছাইন ইন হৈ থকাৰ সময়ত কেৱল এই ডিভাইচটোত ছেভ কৰা ডেটা মচি পেলোৱা হ’ব। ইয়াত ইতিহাস আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত হ’ব পাৰে।}}</translation>
<translation id="8586442755830160949">স্বত্ত্বাধিকাৰ <ph name="YEAR" /> The Chromium Authors. সর্বস্বত্ব সংৰক্ষিত।</translation>
<translation id="8602103377623855616">Chromium পৃষ্ঠা</translation>
<translation id="865600487977764604">আপোনাক Chromiumত সুৰক্ষিত কৰি ৰাখে আৰু আপুনি ছাইন ইন হৈ থকা অৱস্থাত Googleৰ অন্য এপ্‌সমূহত আপোনাৰ সুৰক্ষা উন্নত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব পাৰে।</translation>
<translation id="8663480472502753423">Chromium আপ টু ডে’ট কৰি ৰাখক</translation>
<translation id="8685813584220679697">এই ছাইটটো আৰু Chromiumত ছাইন ইন কৰক।</translation>
<translation id="8698780336333802489">Chromiumলৈ আমদানি কৰক</translation>
<translation id="8730503818204408000">Chromiumক ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰিবলৈ Chromiumৰ ছেটিং খোলে।</translation>
<translation id="8754966941001340678">Chromiumএ বৰ্ধিত সুৰক্ষা চুপাৰিছ কৰে</translation>
<translation id="8759037115129007407">আপোনাৰ পৰিয়ালৰ সদস্যই এই মুহূৰ্তত পাছৱৰ্ড লাভ কৰিব নোৱাৰে। তেওঁলোকক Chromium আপডে’ট কৰিবলৈ আৰু তেওঁলোকৰ পাছৱৰ্ড ছিংক কৰিবলৈ কওক। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="8769418653786388149">আপোনাৰ Chromium আপোনাৰ লগত লৈ যাওক</translation>
<translation id="8776843108004031667">এই একাউণ্টটো আৰু যিকোনো ছেভ নকৰা ডেটা Chromiumৰ পৰা আঁতৰোৱা হ’ব।</translation>
<translation id="8793333988063379360">আপুনি ইয়াত Chromiumৰ ছেটিং আৰু অধিক পাব পাৰে</translation>
<translation id="8805148242934787134">Chromiumক ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ছেট কৰক</translation>
<translation id="8826789549860004832">আপোনাৰ ব্ৰাউজাৰটো ছেট আপ কৰি Chromiumৰ পৰা পাৰ্যমানে উপকৃত হওক।</translation>
<translation id="88376265765385899">Chromiumৰ বুকমাৰ্কসমূহ খোলে।</translation>
<translation id="8860548555286245440">ইনক’গনিট’ত Chromiumত URL খোলক</translation>
<translation id="8880024619507699923">Chromium ব্যৱহাৰ কৰিবলৈ আপোনাৰ প্ৰতিষ্ঠানৰ বাবে আপুনি ছাইন ইন কৰাৰ আৱশ্যক। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="8900052431807804054">Chromiumৰ আটাইতকৈ শক্তিশালী সুৰক্ষা পাওক</translation>
<translation id="8925569192291721236">মূল্য ট্ৰেকিঙৰ আপডে’ট আৰু Chromiumৰ কিটিপৰ সৈতে আগবাঢ়ক।</translation>
<translation id="8939412301975414416">Chromiumত শিশুৰ সুৰক্ষাৰ সুবিধা পাবলৈ, আপুনি হয় শিশুৰ বাবে ছেট আপ কৰা এটা Google একাউণ্ট ব্যৱহাৰ কৰিব পাৰে নহয় একাউণ্ট অবিহনে Chromium ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="8950326149985259075">{THRESHOLD,plural, =1{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়}one{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়}other{Chromium {THRESHOLD} মিনিটলৈকে ব্যৱহাৰ কৰা নহ’লে এনে হয়}}</translation>
<translation id="8963279154877372067">মূল্য কমাৰ সতৰ্কবাৰ্তা লাভ কৰিবলৈ Chromiumৰ জাননীৰ অনুমতি দিয়ক</translation>
<translation id="8975812008711371178">Chromiumত ভইচেৰে সন্ধান কৰক</translation>
<translation id="900560297598578021"><ph name="EMAIL" /> হিচাপে ছাইন ইন কৰিছে।

আপোনাৰ ডেটাখিনি আপোনাৰ পাছফ্ৰে’জৰ জৰিয়তে <ph name="TIME" />ত এনক্ৰিপ্ট কৰা হৈছে। আপোনাৰ Google একাউণ্টত Chromiumৰ ডেটা ব্যৱহাৰ আৰু ছেভ কৰিবলৈ এইটো দিয়ক।</translation>
<translation id="9031260906956926157">আপোনাৰ Chromiumৰ কিছুমান ডেটা এতিয়াও আপোনাৰ Google একাউণ্টত ছেভ কৰা হোৱা নাই।
ছাইন আউট কৰাৰ আগতে কেইমিনিটমান অপেক্ষা কৰি চাওক। যদি আপুনি এতিয়াই ছাইন আউট কৰে, এই ডেটা মচি পেলোৱা হ’ব।</translation>
<translation id="9050790730841755540">আপুনি যিকোনো সময়তে অন্য এপত থকা কোনো লিংকত টিপিলে সেইবোৰ খুলিবলৈ Chromium ব্যৱহাৰ কৰক।</translation>
<translation id="9059693977935746710">আপুনি এই পাছৱৰ্ডটো মনত ৰখাৰ প্ৰয়োজন নাই। এইটো <ph name="EMAIL" />ৰ পাছৱৰ্ড পৰিচালকত ছেভ কৰা হ’ব</translation>
<translation id="9089354809943900324">Chromiumটো অতি পুৰণি</translation>
<translation id="9105645282262300612">Chromiumৰ কিটিপ: আপুনি যি দেখে সেয়া সন্ধান কৰক</translation>
<translation id="9152995302810511799">Chromium সম্পৰ্কীয় পৰামৰ্শ: Chromiumৰ আটাইতকৈ শক্তিশালী সুৰক্ষা পাওক</translation>
<translation id="9177628952266852500"><ph name="EMAIL" />। Chromium পৰিচালনা কৰি থকা হৈছে।</translation>
<translation id="921174536258924340">Chromiumএ সকলো পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। কাইলৈ পুনৰ চেষ্টা কৰক অথবা <ph name="BEGIN_LINK" />আপোনাৰ Google একাউণ্টত পাছৱর্ডসমূহ পৰীক্ষা কৰক।<ph name="END_LINK" /></translation>
<translation id="924957577793602335">Chromium আপোনাৰ নিজৰ কৰি লওক</translation>
<translation id="925642420047255224">আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত থকা কোনো লিংকত টিপিলে যিকোনো সময়তে Chromium ব্যৱহাৰ কৰিব পাৰে</translation>
<translation id="981812233959540767">Chromium Dino গে’মটো খেলক</translation>
<translation id="985602178874221306">The Chromium Authors</translation>
<translation id="986520777495807752">Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰক</translation>
</translationbundle>