<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="1156061499538526818">আপোনাৰ কর্মস্থানৰ একাউণ্টৰ পাছৱর্ডটো সলনি কৰা হৈছে। আপোনাৰ কর্মস্থানৰ একাউণ্টটোৰ সৈতে আপোনাৰ Windowsৰ একাউণ্টটো ছিংক কৰিবলৈ আপোনাৰ Windowsৰ পাছৱর্ডটো দিয়ক।</translation>
<translation id="1383286653814676580">Google ক্ৰেডেনশ্বিয়েল প্ৰদানকাৰী ছাইন ইন পৃষ্ঠা চলাবলৈ ব্যৱহাৰ কৰা হৈছে৷</translation>
<translation id="2048923169632968961">আপোনাৰ Windowsৰ প্ৰ'ফাইলটোলৈ আপোনাৰ কর্মস্থানৰ একাউণ্টটোৰ পাছৱর্ড ছিংক কৰোঁতে এটা সমস্যা হৈছে। অনুগ্ৰহ কৰি আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="2515346402363002066">আপোনাৰ ছেশ্বনটোৰ ম্যাদ উকলিল। আপোনাৰ কৰ্মস্থানৰ একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰক।</translation>
<translation id="2549902055700841962">আপোনাৰ কর্মস্থানৰ একাউণ্টটোত ছাইন ইন কৰিব নোৱাৰি। অনুগ্ৰহ কৰি আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="2566603360883977759">এই ইমেইলটোৰ ছাইন ইন কৰিবলৈ অনুমতি নাই। আপুনি কৰ্মস্থান অথবা স্কুলৰ বাবে ব্যৱহাৰ কৰা একাউণ্টটোৰে পুনৰ চেষ্টা কৰি চাওক। আপুনি যদি তথাপি ছাইন ইন কৰিব নোৱাৰে, আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="2844349213149998955">এই ডিভাইচটোত ব্যক্তিগত কোনো একাউণ্টেৰে ছাইন ইন কৰাৰ অনুমতি নাই। অনুগ্ৰহ কৰি আপোনাৰ কৰ্মস্থানৰ একাউণ্টেৰে লগ ইন কৰক।</translation>
<translation id="3217145568844727893">আপুনি যদি আপোনাৰ বৰ্তমানৰ Windowsৰ পাছৱৰ্ড নিদিয়াকৈ অব্যাহত ৰাখে, তেন্তে আপুনি এই ডিভাইচৰ তথ্য স্থায়ীভাৱে হেৰুৱাব পাৰে।</translation>
<translation id="3306357053520292004">এই কম্পিউটাৰটোত এই একাউণ্টটো ব্যৱহাৰ কৰি ইতিমধ্যেই এগৰাকী ব্যৱহাৰকাৰী যোগ কৰা হৈছে অনুগ্ৰহ কৰি অন্য এটা একাউণ্টেৰে ছাইন ইন কৰক।</translation>
<translation id="3355053591933237049">আপোনাৰ ডিভাইচটো ইণ্টাৰনেটৰ সৈতে সংযোগ হৈ থকাটো নিশ্চিত কৰি পুনৰ চেষ্টা কৰক</translation>
<translation id="3926852373333893095">কেৱল GSuite Enterprise ব্যৱহাৰকাৰীসকলৰহে লগ ইন কৰাৰ অনুমতি আছে।</translation>
<translation id="399130515869721714">এই ডিভাইচটোত Chrome ইনষ্টল কৰাত কোনো সমস্যা হোৱাৰ বাবে Googleৰ ছাইন-ইন কৰা স্ক্ৰীনখন খুলিব নোৱাৰি। আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="4057329986137569701">কোনো আভ্যন্তৰীণ আসোঁৱাহ হৈছে।</translation>
<translation id="4267670563222825190">আপোনাৰ একাউণ্টৰ বাবে কোনো ড’মেইন ব্যৱহাৰকাৰী বিচাৰি পোৱা নগ’ল। অনুগ্ৰহ কৰি আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="4744575902940448763">আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ ডিভাইচত পাছৱর্ডৰ আপডে'টসমূহ সীমাবদ্ধ কৰাৰ বাবে আপোনাৰ কৰ্মস্থানৰ একাউণ্টটো আপোনাৰ Windows প্ৰ'ফাইলৰ সৈতে ছিংক কৰিব পৰা নগ'ল। সহায়ৰ বাবে আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="5186761973554910131">পাছৱৰ্ড সলনি কৰাৰ প্ৰয়াসৰ সময়ত ভুল কম্পিউটাৰৰ নাম দিয়া হৈছে। অনুগ্ৰহ কৰি আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="5265714013989877288">আপোনাৰ Windowsৰ পাছৱর্ডটো সলনি কৰাৰ সময়ত কোনো আসোঁৱাহ হোৱাৰ বাবে অব্যাহত ৰাখিব নোৱাৰি। অনুগ্ৰহ কৰি আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="5581861273642234526">এই ডিভাইচটোৰ লগত ইতিমধ্যে এটা কৰ্মস্থানৰ একাউণ্ট জড়িত হৈ আছে। আপোনাৰ Windows একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰক।</translation>
<translation id="6033715878377252112">Windows সহায়কৰ বাবে Google ক্ৰিডেনশ্বিয়েল প্ৰদানকাৰী</translation>
<translation id="6149399665202317746">Windowsৰ বাবে Google ক্ৰিডেনশ্বিয়েল প্ৰদানকাৰী</translation>
<translation id="6243062314475217481">আপোনাৰ কর্মস্থানৰ একাউণ্টৰ পাছৱৰ্ডটোৱে Windowsৰ জটিলতাৰ আৱশ্যকীয়তাসমূহ পূৰা কৰা নাই। সহায়ৰ বাবে আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="6463752215771576050">এই কম্পিউটাৰটো এণ্টাৰপ্ৰাইজ পৰিচালনাৰ বাবে পঞ্জীয়ন কৰিব পৰা নগ’ল।  অনুগ্ৰহ কৰি কৰ্মস্থানৰ অন্য এটা একাউণ্টৰ জৰিয়তে ছাইন ইন কৰক।</translation>
<translation id="6582876473835446261">Windowsৰ পাছৱর্ডটো ভুল। আকৌ চেষ্টা কৰক।</translation>
<translation id="6657585470893396449">পাছৱৰ্ড</translation>
<translation id="6976261330898712570">এই ডিভাইচটো এই পর্যন্ত আপোনাৰ প্ৰতিষ্ঠানৰ ডিভাইচ পৰিচালনাৰ সৈতে পঞ্জীয়ন কৰা হোৱা নাই। আপোনাৰ কৰ্মস্থানৰ একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰক।</translation>
<translation id="7209941495304122410">Windowsৰ পাছৱৰ্ড দিয়ক</translation>
<translation id="74122330823428762">এই ডিভাইচটো লক কৰা ব্যৱহাৰকাৰীজনে ছাইন ইন কৰিব পাৰে</translation>
<translation id="7536769223115622137">কৰ্মস্থানৰ একাউণ্ট যোগ কৰক</translation>
<translation id="7884688232028658212">আপোনাৰ কৰ্মস্থানৰ একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰক</translation>
<translation id="8109730953933509335">অমান্য ব্যৱহাৰকাৰীৰ বাবে পাছৱৰ্ড সলনি কৰাৰ প্ৰয়াস কৰা হৈছে। অনুগ্ৰহ কৰি আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="8448455363630347124">অতি বেছিসংখ্যক পাছৱর্ড দিয়াৰ ভুল প্ৰয়াস কৰাৰ বাবে আপোনাৰ একাউণ্টটো অক্ষম কৰা হৈছে। আপোনাৰ একাউণ্টটো সক্ষম কৰিবলৈ আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="8453641970025433267">আপোনাৰ প্ৰশাসকে আপোনাক এই একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰিবলৈ অনুমতি নিদিয়ে। অন্য এটা একাউণ্ট ব্যৱহাৰ কৰি চাওক।</translation>
<translation id="8639729688781680518">Windowsৰ পাছৱৰ্ড পাহৰিছোঁ</translation>
<translation id="866458870819756755">এগৰাকী ব্যৱহাৰকাৰী সৃষ্টি কৰিব পৰা নগ'ল।</translation>
<translation id="9055998212250844221">Windowsৰ বাবে Google ক্ৰিডেনশ্বিয়েল প্ৰদানকাৰীয়ে সৃষ্টি কৰা ব্যৱহাৰকাৰীৰ একাউণ্ট</translation>
</translationbundle>